ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Rozgar Mela in Shillong: শ্বিলঙৰ ৰোজগাৰ মেলাত প্ৰাৰ্থীসকলক নিযুক্তিপত্ৰ বিতৰণ কৰিলে কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি শ্বিলঙত অনুষ্ঠিত ৰোজগাৰ মেলা ২০২৪ত অংশগ্ৰহণ কৰে(Rozgar Mela in Shillong) । সমাৱেশত ভাষণ প্ৰদান কৰি কেইবাহেজাৰ যুৱ প্ৰত্যাশীৰ বাবে নতুন আৰম্ভণি উদযাপন কৰে আৰু এক সমৃদ্ধ, স্বাৱলম্বিতাপূৰ্ণ ভাৰতৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে(government job distribution India)।

AIIMS Guwahati Healthcare: আঞ্চলিক স্বাস্থ্য আন্তঃগাঁথনি উন্নত কৰাৰ লক্ষ্যৰে এইমছ গুৱাহাটীত অত্যাধুনিক স্বাস্থ্য সেৱা মুকলি

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ উত্তৰ-পূব ভাৰতত স্বাস্থ্যসেৱাৰ প্ৰৱেশাধিকাৰ উন্নত কৰাৰ লক্ষ্যৰে কৰ্কট ৰোগৰ চিকিৎসা, প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰি এইমছ গুৱাহাটীত উন্নত স্বাস্থ্যসেৱাৰ বহুকেইটা সুবিধা ভাৰ্ছুৱেলী উদ্বোধন কৰে(AIIMS Guwahati Healthcare)।

Village avoids diwali celebrations: এখন গাঁও য’ত দীপাৱলী উদযাপন কৰিলে হয় ঘৰত জুই লাগে, নতুবা গাঁওখনলৈ আহে অকালমৃত্যু!

হিমাচলৰ হামিৰপুৰত এনে এখন গাঁও আছে য'ত উদযাপন কৰা নহয় দীপাৱলী(Village avoids diwali celebrations) । জনবিশ্বাস অনুসৰি, বহু দশক পূৰ্বে এগৰাকী মহিলাই সতী হোৱাৰ আগতে গাঁওখনক দিছিল অভিশাপ ।

Death threat to Salman Khan: ছলমান খানক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত নয়দাৰ পৰা গ্ৰেপ্তাৰ এজন যুৱক

ছলমান খানৰ লগতে বাবা ছিদ্দিকৰ পুত্ৰক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত এজন যুৱকক নয়দাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে (Death threat to Salman Khan) ছলমান খানক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত নয়দাৰ পৰা গ্ৰেপ্তাৰ এজন যুৱক)। মুম্বাই আৰক্ষীয়ে এই গ্ৰেপ্তাৰৰ কথা সদৰি কৰি জনালে- -নয়দা আৰু মুম্বাই আৰক্ষীয়ে যৌথ অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে যুৱকজনক ।

Terrorist Attacks in Jammu and Kashmir: নিৰ্বাচনৰ পিছৰে পৰা জম্মু-কাশ্মীৰত বৃদ্ধি পাইছে সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰৱণতা – এটি পৰ্যালোচনা

নিৰ্বাচন অন্ত পৰাৰ পিছতে কাশ্মীৰৰ পৰা কমাই দিয়া হৈছিল নিৰাপত্তা বাহিনী ।' নিৰাপত্তা বাহিনীৰ সংখ্যা কমি অহাৰ লগে লগে উপত্যকাটোত বৃদ্ধি পাবলৈ ধৰে সন্ত্ৰাসবাদী আক্ৰমণ(Jammu and Kashmir security) ।

Popular