ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Pahalgam attack: স্বগৃহত পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু হোৱা অৰুণাচলৰ টাগে হালিয়াঙৰ নশ্বৰদেহ

স্বগৃহত অৰুণাচলৰ টাগে হালিয়াঙৰ নশ্বৰদেহ।(Pahalgam attack)গুৱাহাটীত টাগে হালিয়াঙলৈ শেষ শ্রদ্ধাঞ্জলি অসম চৰকাৰৰ । চৰকাৰৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ।

পেহেলগাম আক্ৰমণৰ পিছত মোদীৰ পাকিস্তানলৈ কঠোৰ বাৰ্তা: “সন্ত্ৰাসবাদৰ আশ্ৰয়দাতাৰ সৈতে সম্পৰ্ক স্বাভাৱিক নহ’ব পাৰে” । Pahalgam Terror Attack 

পেহেলগাম আক্ৰমণৰ পিছত মোদীৰ পাকিস্তানলৈ কঠোৰ বাৰ্তা: “সন্ত্ৰাসবাদৰ আশ্ৰয়দাতাৰ সৈতে সম্পৰ্ক স্বাভাৱিক নহ’ব পাৰে” । Pahalgam Terror Attack 

সন্ত্ৰাসবাদীৰ আগত মূৰ নোদোৱাই ভাৰতে: পেহেলগাম আক্ৰমণত অমিত শ্বহৰ দৃঢ় প্ৰতিক্ৰিয়া, মৃতকৰ পৰিয়ালক ১০ লাখ টকাকৈ ক্ষতিপূৰণ । Pahalgam

সন্ত্ৰাসবাদীৰ আগত মূৰ নোদোৱাই ভাৰতে: পেহেলগাম আক্ৰমণত অমিত শ্বহৰ দৃঢ় প্ৰতিক্ৰিয়া, মৃতকৰ পৰিয়ালক ১০ লাখ টকাকৈ ক্ষতিপূৰণ । Pahalgam

Unemployment Data: এতিয়াৰে পৰা প্ৰতি তিনি মাহৰ মূৰত নহয়, প্ৰতি মাহে প্ৰকাশ কৰিব নিবনুৱাৰ পৰিসংখ্যা কেন্দ্ৰই

এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰে প্ৰতি মাহে(Unemployment Data)নিবনুৱাৰ পৰিসংখ্যা প্ৰকাশ কৰিব৷ এতিয়ালৈকে সেই পৰিসংখ্যা তিনি মাহৰ মূৰে মূৰে দিয়া হৈছিল৷

Atomic Clock: সময় সম্পৰ্কে আইনষ্টাইনৰ তত্ত্ব প্ৰমাণ কৰিব নাছাই

নাছাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ(Atomic Clock) কেন্দ্ৰ (আই এছ এছ)লৈ দুটা অত্যাধুনিক পাৰমাণৱিক ঘড়ী প্ৰেৰণ কৰিছে৷ মহাকাশত এটমিক ঘড়ী এনছেম্বল (এ চি ই এছ)অভিযানৰ অংশ হিচাপে আই এছ এছৰ কলম্বাছ মডিউলত স্থাপন কৰা হৈছে।

Popular