ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Fake Amul Ghee: সাৱধান! উৎসৱৰ বতৰত বজাৰত আমূলৰ নকল ঘিউ; কেনেকৈ চিনাক্ত কৰিব এই নকল ঘিউ ?

উৎসৱৰ বতৰত বজাৰত আমূলৰ নামত ভুৱা ঘিউ বিক্ৰী হোৱা পৰিলক্ষিত হৈছে(Fake Amul Ghee)। এই সন্দৰ্ভত অমূলে গ্ৰাহকসকলক কৰি দিছে সাৱধান ।

Ratan Tata Will: ৰতন টাটাৰ ১০ হাজাৰ কোটি টকাৰ উত্তৰাধিকাৰী কোন হ’ব?উদ্যোগপতিগৰাকীৰ ইচ্ছা কি আছিল

৮৭ বছৰ বয়সত ৰতন টাটাৰ মৃত্যুৰ পিছত টাটা সাম্ৰাজ্যত এক শূন্যতাৰ সৃষ্টি হয়। ৰতনৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃ নোৱেল টাটা টাটা ট্ৰাষ্টৰ অধ্যক্ষ হয়।(Ratan Tata Will)

iPhone 16 Bans: এপলৰ নতুন মডেল iPhone 16 নিষিদ্ধ; iPhoneৰ নতুন মডেলটোৰ ব্যৱহাৰক অবৈধ ঘোষণা

নতুন iPhone 16 আৰু iPhone 16 Pro মডেলৰ লগতে Apple Watch Series 10ৰ বিক্ৰী, ক্ৰয়, আৰু ব্যৱহাৰ সপূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে(iPhone 16 Bans), যাৰ বাবে IMEI (International Mobile Equipment Identity)ৰ প্ৰমাণপত্ৰ মঞ্জুৰ কৰা হোৱা নাই।

Israeli Airstrikes On Iran: ইৰাণৰ ওপৰত ইজৰাইলৰ বিমান আক্ৰমণক গৰিহনা কাটাৰ, জৰ্ডান, ইউ এ ইৰ

ইৰাণৰ ওপৰত ইজৰাইলৰ বিমান আক্ৰমণক গৰিহণা দিছে কাটাৰ, জৰ্ডান আৰু সংযুক্ত আৰৱ আমিৰাতে(Israeli Airstrikes On Iran)। ছৌদি আৰবেও এই বিমান আক্ৰমণক দিছিল গৰিহণা ।

Massive Hindu Protest in Bangladesh: বাংলাদেশত হিন্দুৰ শক্তি প্ৰদৰ্শন, সনাতন জাগৰণ মঞ্চৰ আহ্বানত ৰাজপথলৈ ওলাই আহিল লাখে লাখে হিন্দু

বাংলাদেশত হিন্দুৰ ওপৰত চলি অহা আক্ৰমণৰ বিৰুদ্ধে সনাতন জাগৰণ মঞ্চৰ আহ্বানত বিশাল সমদল(Massive Hindu Protest in Bangladesh)। সমদলস্থলাৰ পৰাই বাংলাদেশ চৰকাৰক উত্থাপন কৰিলে বহু দাবী ।

Popular