ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Tunnel Collapsed: সুৰংগত আবদ্ধ ৮ জনকৈ শ্ৰমিক, ৪৫ ঘণ্টাৰ পাছতো উদ্ধাৰ হোৱা নাই এজনো !

৪৫ ঘণ্টাৰ পাছতো নাই কোনো সুখবৰ।(Tunnel Collapsed) এতিয়াও সুৰংগত আবদ্ধ ৮ জনকৈ শ্ৰমিক। সুৰংগৰ ভিতৰত মৃত্যুৰে যুঁজি আছে শ্ৰমিককেইজনে।

Jhumoir Binandini: আজি ঝুমুইৰে ৰচিব বিশ্ব অভিলেখ, প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ৫:৩০ বজাত প্ৰদৰ্শন হ’ব ‘ঝুমইৰ বিনন্দিনী’

আজি সৰুসজাইত ঝুমুইৰে ৰচিব বিশ্ব অভিলেখ। (Jhumoir Binandini)আজি অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ৫:৩০ বজাত প্ৰদৰ্শন হ'ব 'ঝুমইৰ বিনন্দিনী'।

Kash Patel: গীতাত হাত থৈ FBI ৰ ডাইৰেক্টৰ হিচাপে শপত গ্ৰহণ ভাৰতীয় মূলৰ কেশ পেটেলৰ

আমেৰিকাৰ চোৰাংচোৱা মুৰব্বী কেশ পেটেলে গীতা স্পৰ্শ কৰি শপত গ্ৰহণ কৰিলে, তেওঁক কিয় ভাল লাগে ট্ৰাম্পৰ ক'লে।(Kash Patel)

Women Cm: মহিলা প্ৰথমঃ দেশৰ বিভিন্ন ৰাজ্যত কাৰ্যনিৰ্বাহ কৰা মহিলা মুখ্যমন্ত্ৰীসকল

মহিলা প্ৰথম। (Women Cm)এই নীতিৰেই চলি আছে ভাৰতবৰ্ষ। ভাৰতৰ ৰাজনীতিত স্বাধীনতাৰ পিছৰে পৰাই মহিলাই ৰাজনীতিত বিশেষ প্ৰাধান্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।

BJP CM: ৫০ বছৰীয়া ৰেখা গুপ্তা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী, জানো আহক বিজেপিৰ আটাইতকৈ কম বয়সীয়া আৰু বয়সীয়াল মুখ্যমন্ত্ৰী কোন ?

দিল্লীৰ ৰামলীলা ময়দানত শপত গ্ৰহণ কৰি দিল্লীৰ নৱম মুখ্যমন্ত্ৰী হ’ল ৰেখা গুপ্তা। লগতে দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী ৰেখা গুপ্তা। শালীমাৰ বাগৰ পৰা বৰ্তমানৰ বিধায়িকা ৰেখা গুপ্তাৰ বয়স ৫০ বছৰ। (BJP CM)

Popular