ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

US visa: আমেৰিকাত ভিছা বাতিল হোৱা শিক্ষাৰ্থীৰ ৫০ শতাংশই ভাৰতীয়

আমেৰিকাত এতিয়া ভিছা বাতিল হৈছে বহু বিদেশী শিক্ষাৰ্থীৰ৷(US visa)আমেৰিকাত ভিছা বাতিল হোৱা ছাত্ৰ-ছাত্ৰীৰ ৫০ শতাংশই ভাৰতীয়৷

Earthquake In Afghanistan: ভূমিকম্পত কঁপিল আফগানিস্তানৰ ভূমি

এছিয়াত ভূমিকম্পৰ কম্পন দ্ৰুতগতিত দেখা গৈছে। আজি আফগানিস্তানত প্ৰবল ভূমিকম্পৰ সৃষ্টি হয়।(Earthquake In Afghanistan)

Katy Perry Space Travel: মহাকাশ ভ্ৰমণ কৰিলে পপ গায়িকা কেটি পেৰীয়ে, মাত্ৰ ১১ মিনিটৰ ভ্ৰমণৰ বাবে কিমান খৰচ হয় ?

ব্লু অৰিজিনৰ ‘নিউ শ্বেফাৰ্ড’ ৰকেটত উঠি সোমবাৰে ভাৰতীয় সময় অনুসৰি পুৱা ৯:৩০ বজাত টেক্সাছৰ ভেন হৰ্ণ স্পেচপ’ৰ্টৰ পৰা ৰাওনা হয়। পুৱা ১০ বজাৰ ঠিক আগতেই তেওঁলোক পৃথিৱীলৈ উভতি আহিল।(Katy Perry Space Travel)

The EDM Challenge: ৱেভছঃ ‘ৰেজ’নেট: দ্য ইডিএম চেলেঞ্জ’ৰ বাবে ঘোষণা কৰা হ’ল শীৰ্ষ ১০ গৰাকী প্ৰতিযোগীৰ নাম অসমৰো দুই প্ৰতিযোগী নিৰ্বাচিত

The EDM Challenge: ৱেভছঃ ‘ৰেজ’নেট: দ্য ইডিএম চেলেঞ্জ’ৰ বাবে ঘোষণা কৰা হ'ল শীৰ্ষ ১০ গৰাকী প্ৰতিযোগীৰ নামঅসমৰো দুই প্ৰতিযোগী নিৰ্বাচিত

Waqf Law: বংগত ৱাকফ আইন কাৰ্যকৰী কৰা নহ’বঃ মুখ্যমন্ত্ৰী মমতাৰ স্পষ্ট মন্তব্য

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।(Waqf Law) ৱাকফ আইনক লৈ পশ্চিম বংগৰ কিছু অংশত উত্তেজনা অব্যাহত থকাৰ সময়তে শনিবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে ৰাজ্যখনত এই আইন কাৰ্যকৰী নহ’ব।

Popular