ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Rekha Gupta:জল্পনা-কল্পনাৰ অন্ত পেলাই ৰেখা গুপ্তা হ’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী

অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল।বিজেপিৰ বিধায়িনী দলৰ বৈঠকত অৱশেষত নাম ঘোষণা হল দিল্লীৰনতুন মুখ্যমন্ত্ৰীৰ।বিধায়িনী দলে বুধবাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি বিজেপিৰ নেত্ৰী ৰেখা গুপ্তা(Rekha Gupta) হব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী।

Sheikh Hasina: মই ঘূৰি যাম, আমাৰ ছহিদৰ প্ৰাণৰ প্ৰতিশোধ ল’ম: শ্বেখ হাছিনা

শ্বেখ হাছিনাৰ ভাষণ আৱামি লীগৰ ছ’চিয়েল মিডিয়া পেজত লাইভ সম্প্ৰচাৰ কৰা হয়। ভাষণৰ পিছত হাছিনাই বাংলাদেশৰ একাংশ সাধাৰণ মহিলাৰ সৈতেও কথা পাতে। আৱামি লীগৰ নেতাগৰাকীয়ে তেওঁলোকক ধৈৰ্য্য ধৰিবলৈ কয়।(Sheikh Hasina)

Delhi Railway station: মৃতকৰ আত্মীয়ক ১০ লাখকৈ ক্ষতিপূৰণ, গুৰুতৰভাৱে আহতক ২.৫ লাখ

নিহতসকলৰ ভিতৰত তিনিটি শিশুও আছিল। ইয়াৰ বাহিৰেও বহু লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। আহতসকলক চিকিৎসাৰ বাবে এল এন জে পি হাস্পতালত ভৰ্তি কৰোৱা হৈছে। (Delhi Railway station)

Delhi Stampede: নতুন দিল্লী ৰে’লৱে ষ্টেচনত ১৮গৰাকী লোকৰ মৃত্যু

নতুন দিল্লী ৰে’লৱে ষ্টেচনত ভয়ংকৰ ঘটনা। (Delhi Stampede)হেঁচা-ঠেলাত পদপিষ্ট হৈ ১৮গৰাকী লোকৰ মৃত্যু। ১৫জনতকৈও অধিক লোক আহত হৈছে।

Kangana Ranaut: হিমাচলত নিৰামিষ ৰেষ্টুৰেণ্ট খুলিলে সাংসদ কংগনা ৰানাৱতে, প্ৰংশসা কৰিলে কংগ্ৰেছে!

কংগনা ৰানাৱত নিজৰ স্পষ্টবাদী শৈলীৰ বাবে সদায় বাতৰিৰ শিৰোনামত থাকে। কোনো বিষয়ত কথা ক’বলৈ তেওঁ কুণ্ঠাবোধ নকৰে।(Kangana Ranaut)

Popular