ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Nuclear Powered Ballistic Missile Submarine: দেশৰ চতুৰ্থখন পাৰমাণৱিক ক্ষমতাসম্পন্ন বেলিষ্টিক মিছাইল ছাবমেৰিন-৪ উন্মোচন

নতুন দিল্লী, ২৪ অক্টোবৰ: নিজৰ পাৰমাণৱিক শক্তি শক্তিশালী কৰাৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই গ'ল ভাৰত। খবৰ অনুসৰি বিশাখাপট্টনমৰ উপকূলত নৌসেনাই দেশৰ চতুৰ্থখন পাৰমাণৱিক ক্ষমতাসম্পন্ন...

Terror attack in Jammu and Kashmir: জম্মু কাশ্মীৰত প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণ; আহত এজন

জম্মু কাশ্মীৰৰ পুলৱামা জিলাৰ ট্ৰাল অঞ্চলত সন্ত্ৰাসবাদী আক্ৰমণ(Terror attack in Jammu and Kashmir) । প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত কৰা এই সন্ত্ৰাসবাদী আক্ৰমণত আহত এজন প্ৰব্ৰজিত শ্ৰমিক।

Cyclone Dana: ওড়িশা উপকূলৰ দিশে আগবাঢ়িছে ডানা! বন্ধ কৰি দিয়া হৈছে বিমানবন্দৰ, বাতিল কৰা হৈছে ৰে’ল

ঘূৰ্ণীবতাহ ডানাক লৈ ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি। পশ্চিম বংগৰ পৰা ওড়িশালৈ হাই এলাৰ্ট জাৰি কৰিছে চৰকাৰে। বন্ধ কৰি দিয়া হৈছে বিমানবন্দৰ। বাতিল কৰা হৈছে ৰে'ল। যিকোনো দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ সেনা, বিমান আৰু বিমানক সতৰ্ক কৰি দিয়া হৈছে।(Cyclone Dana)

BRICS Summit : সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ দ্বৈত মানদণ্ডৰ কোনো স্থান নাই: প্ৰধানমন্ত্ৰী মোদী

নতুন দিল্লী, ২৩ অক্টোবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ব্ৰিকছ সন্মিলনত ভাষণ প্ৰদান কৰে(PM Modi addressed BRICS Summit)। ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক সমালোচনা কৰি কয়...

Noranra Modi । জিনপিঙক চীন সীমান্তত ‘শান্তি ‘ৰ পৰিবেশ সৃষ্টিৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

চীন-ভাৰতৰ সংঘাতৰ মাজতে বুধবাৰে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক চীন সীমান্তত 'শান্তি 'ৰ পৰিবেশ সৃষ্টিৰ আহ্বান জনালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাছিয়াৰ কাজানত অনুষ্ঠিত ১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ সময়তে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । (Noranra Modi)

Popular