ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Rajasthan Road Accident: চলন্ত বাছে মহতিয়াই নিলে এখন টেম্প’ক; শোকাৱহ দুৰ্ঘটনাটোত ৯টিকৈ শিশুসহ নিহত ১২ গৰাকী লোক

শনিবাৰে নিশা ৰাজস্থানৰ ঢোলপুৰত সংঘটিত হয় এটা শোকাৱহ পথ দুৰ্ঘটনা । দুৰ্ঘটনাটোত ১২ গৰাকী লোকৰ মৃত্যু ঘটিছে । নিহতসকলৰ ভিতৰত আছে ৯ টি শিশু, ২ গৰাকী মহিলা আৰু এজন পুৰুষ(Rajasthan Road Accident) ।

Floating cash incident: নলাৰে ভাঁহি আহিল অসংখ্য ৫০০ টকীয়া নোট, নলাত জপিয়াই বিভিন্নজনে সংগ্ৰহ কৰিলে প্ৰায় ২.৫ লাখ টকা

এটা নলাৰে ভাঁহি আহিল ৫০০ টকীয়া অসংখ্য নোট (Floating cash incident)। তাকে দেখি ৰব নোৱাৰি সেই স্থানত উপস্থিত অসংখ্য লোকে লৰালৰিকৈ নোটবোৰ ল'বৰ বাবে জপিয়াই পৰিল নলাটোত(Sangli drain money)।

Hargila । জাৰ্মানীত ড: পূৰ্ণিমা দেৱী বৰ্মনৰ পৰিৱেশ কৰ্মশালাত অসমৰ হৰগিলাৰ বেবী শ্বাৱাৰ অনুষ্ঠান

অসমৰ প্ৰখ্যাত সংৰক্ষণবিদ তথা হুইটলী স্বৰ্ণ বঁটা বিজয়ী ড: পূৰ্ণিমা দেৱী বৰ্মনে জাৰ্মানীৰউইলহেলমা জুলজিকেল এণ্ড বটানিকেল গাৰ্ডেনত ২০ জন সংৰক্ষণমুখী যুৱক-যুৱতী, চিৰিয়াখানা ৰক্ষক আৰু মালিকৰ বাবে আয়োজিত এই অনুষ্ঠানত শিক্ষা, শিল্প আৰু পৰিৱেশ সজাগতাৰ এক অনন্য ৰূপত সংমিশ্ৰণ ঘটিছিল। ড: পূৰ্ণিমা দেৱী বৰ্মনে অংশগ্ৰহণকাৰী সকলক অসমৰ চহকী জৈৱ বৈচিত্ৰ্যৰ সৈতে পৰিচয় কৰাই দি অধিৱেশনৰ আৰম্ভণি কৰে, বিশেষকৈ বিৰল বৃহত্তৰ এডজুটেণ্ট ষ্টৰ্ক (হাৰগিলা)কে ধৰি বিভিন্ন প্ৰজাতিৰ ষ্টৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে।(Hargila) (Germany)

Human Sacrifice: নৰ বলি! এটি শিশুৰ মৃতদেহ উদ্ধাৰৰ পিছতে পৰিয়ালৰ লোকে আনিলে এই গুৰুতৰ অভিযোগ

ওড়িশাৰ বলাংগীৰ জিলাৰ ঝলিয়ালিটি নামৰ এখন গাঁৱৰ সমীপৰ হাবিত উদ্ধাৰ হয় এটি শিশুৰ মৃতদেহ । পৰিয়ালৰ অভিযোগ, বলিদানৰ বাবে অপহৰণ কৰি নি কোনো অচিনাক্ত লোকে শিশুটিক হত্যা কৰিছে(Human Sacrifice)। ইফালে এই নৃশংস ঘটনাটোক লৈ ৰুজু হোৱা গোচৰৰ পাছতে গাঁওখনৰ এজন লোকক আটক কৰিছে আৰক্ষীয়ে।

Nude Video Call: এগৰাকী বিধায়কলৈ আহিল নগ্ন ভিডিঅ’ কল; ইয়াৰ পিছত কি কৰিলে বিধায়কে ?

এগৰাকী বিধায়কলৈ আহিল এটা নগ্ন ভিডিঅ’ কল(Nude Video Call) । ভিডিঅ' কল কৰোতাই ইয়াৰ দ্বাৰা যৌন নিৰ্যাতনৰ অভিযোগেৰে ধন দাবী কৰাৰ আশংকাত চাইবাৰ ছিকিউৰিটি ব্যুৰোৰ কাষ চাপি বিধায়কগৰাকীয়ে ৰুজু কৰিলে এটা গোচৰ।

Popular