ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Nita Ambani’s Fashion: ট্ৰাম্পৰ নিমন্ত্ৰণত বিশেষ ৰাতিৰ আহাৰত আম্বানী দম্পতী

ইতিমধ্যে নীতাক ‘ফেশ্বন আইকন’ হিচাপে পৰিচিত। আকৌ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিমন্ত্ৰণ! সৰু ফুট, পাতল লিপষ্টিক আৰু ৰেচমৰ শাৰী পিন্ধি তাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে।(Nita Ambani’s Fashion)

Donald Trump: ট্ৰাম্পৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণৰ টিকটৰ মূল্য ৮.৬৫ মিলিয়ন টকা! ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত কি কি খাদ্য আছে?

Donald Trump: ট্ৰাম্পৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণৰ টিকটৰ মূল্য ৮.৬৫ মিলিয়ন টকা! ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত কি কি খাদ্য আছে?

Israel Hamas: ১৫ মাহৰ পিছত গাজাত ইজৰাইল-হামাছৰ যুদ্ধৰ অন্ত, আজি মুকলি হ’ব ৩ জন ইজৰাইলী পণবন্দী!

আজিৰে পৰা ইজৰাইল-হামাছৰ মাজত আৰম্ভ যুদ্ধবিৰতি৷ অৱশেষত শান্ত হ’ল ডেৰ বছৰ ধৰি চলা যুদ্ধৰ পৰিৱেশৰ৷ আজি ৩৩ জনীয়া পণবন্দীৰ দলক ইজৰাইলক ঘূৰাই দিব হামাছে৷(Israel Hamas)

Yoon Suk Yeol: দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰ, কি দোষ কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে

গ্ৰেপ্তাৰ কৰি বৰ্খাস্ত কৰিলে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক! কেইঘণ্টামানৰ উত্তেজনা অব্যাহত থাকিল য়েওলৰ বাসগৃহৰ সন্মুখত।(Yoon Suk Yeol)

Indian Army Day: আজি ৭৭ সংখ্যক ভাৰতীয় সেনা দিৱস

প্ৰতি বছৰে ১৫ জানুৱাৰীত ‘সেনা দিৱস’ পালন কৰা হয়।(Indian Army Day)ইণ্ডিয়া গেটৰ অমৰ জোৱান জ্যোতিত সেনা দিৱসৰ বিশেষ কাৰ্যসূচী। দিল্লীত অনুষ্ঠিত কাৰ্যসূচীত অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

Popular