ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Illegal Immigrants: অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক লৈ ট্ৰাম্পৰ কাৰ্যক সমৰ্থন! ভিছা পলমক লৈ প্ৰশ্ন মোডী চৰকাৰৰ

পৃথিৱীৰ যিকোনো ঠাইত যদি অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰী থাকে তেন্তে তেওঁলোকক ঘূৰাই ল'বলৈ দিল্লী সাজু। (Illegal Immigrants)বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে ট্ৰাম্প প্ৰশাসনৰ সৈতে হোৱা বৈঠকৰ অন্তত এই মন্তব্য কৰে। ভিছাৰ বাবে দীঘলীয়া অপেক্ষাৰ কথাও ক’লে।

Maha Kumbh 2025: আধ্যাত্মিকতাই একত্ৰিত কৰে মানুহক, মহাকুম্ভই শত্ৰুতাৰ অন্ত পেলালে ৰাছিয়া আৰু ইউক্ৰেইনৰ!

যদি আমি আপোনালোকক কওঁ যে ইউক্ৰেইন-ৰাছিয়াৰ শত্ৰুতা সংগমত শেষ হৈছে, তেন্তে আপুনি আচৰিত হ’ব, কিন্তু সেয়া সঁচা। শত্ৰুতাৰ পৰিৱৰ্তে সংগমৰ বালিত প্ৰেমৰ গংগা বৈ আছে!(Maha Kumbh 2025)

Republic day : কিয় পালন কৰা হয় ‘গণৰাজ্য দিৱস’?

Republic day : কিয় পালন কৰা হয় ‘গণৰাজ্য দিৱস’?

Donald Trump: আমেৰিকাৰ সোণালী যুগ মাত্ৰ আৰম্ভ হৈছে: ড’নাল্ড ট্ৰাম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে ট্ৰাম্পৰ শপতগ্ৰহণ

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে শপতগ্ৰহণ ড'নাল্ড ট্ৰাম্পৰ।(Donald Trump) ট্ৰাম্পৰ লগতে শপত ল'লে উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সেও। দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে পাঠ কৰোৱালে শপত বাক্য।

Sanjay Roy: দেশ কঁপোৱা আৰ জি কৰ কাণ্ডৰ মাষ্টাৰ মাইণ্ড সঞ্জয় ৰয়ৰ যাৱজ্জীৱন কাৰাদণ্ড!

দেশ কঁপোৱা আৰ জি কৰ কাণ্ডৰ মাষ্টাৰ মাইণ্ড সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ড দিলে আদালতে। শনিবাৰে আদালতে দোষী সাব্যস্ত কৰিছিল সঞ্জয় ৰয়ক।(Sanjay Roy)

Popular