ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

S Jaishankar: ডনাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ ল’ব ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে

ডনাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ ল’ব ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে৷ এক বিবৃতিযোগে এই তথ্য সদৰী বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ৷(S Jaishankar) 

PM Modi Podcast: সাংবাদিক বা চলচ্চিত্ৰ তাৰকা নহয়! প্ৰধানমন্ত্ৰীক সাক্ষাৎকাৰ লোৱা এই যুৱক জন কোন?

৩৮ বছৰীয়া এজন ব্যক্তিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎকাৰ লয়। সাক্ষাৎকাটোৰ ট্ৰেইলাৰ ভাইৰেল হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে হাঁহি হাঁহি প্ৰশ্নৰ উত্তৰ দিছে। বিশেষ কথাটো হ’ল এইটো প্ৰধানমন্ত্ৰীৰ প্ৰথম প’ডকাষ্ট আৰু প’ডকাষ্ট লোৱা ব্যক্তিজন এংকৰ নহয়, কোনো চলচ্চিত্ৰ তাৰকাও নহয়।(PM Modi Podcast)

Ravichandran Ashwin: হিন্দী ৰাষ্ট্ৰীয় ভাষা নহয়: প্ৰাক্তন ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিন

প্ৰাক্তন ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনে শেহতীয়াকৈ এখন মহাবিদ্যালয়ৰ স্নাতক অনুষ্ঠানৰ সময়ত ভাষাৰ সন্দৰ্ভত মন্তব্য কৰিছিল।(Ravichandran Ashwin)

Israel attack on gaza: গাজাত এতিয়া মৃতদেহৰ দ’ম! এফালে শীতৰ প্ৰকোপ আনফালে ইজৰাইলৰ আক্ৰমণত চলিছে মৃত্যুযজ্ঞ

Israel attack on gaza: গাজাত এতিয়া মৃতদেহৰ দ’ম! এফালে শীতৰ প্ৰকোপ আনফালে ইজৰাইলৰ আক্ৰমণত চলিছে মৃত্যুযজ্ঞ

Elephant attack: হাতীক গা ধোৱাবলৈ গৈ ছিন্নভিন্ন হ’ল যুৱতীৰ শৰীৰ! কাষতে থিয় হৈ চাই ৰ’ল অসহায় প্ৰেমিক

Elephant attack: হাতীক গা ধোৱাবলৈ গৈ ছিন্নভিন্ন হ'ল যুৱতীৰ শৰীৰ! কাষতে থিয় হৈ চাই ৰ'ল অসহায় প্ৰেমিক

Popular