ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Indian hair: ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমূহ দেশে!

Indian hair: ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমূহ দেশে!

HMPV: HMPV এ শৰীৰৰ কোন অংশত প্ৰথমে আক্ৰমণ কৰে? কি পৰিৱৰ্তন দেখা যায় শৰীৰত

HMPV হৈছে এনে এটা ভাইৰাছ যি দ্ৰুতগতিত বিয়পি পৰিছে আৰু মানুহক সংক্ৰমিত কৰিছে। এই বিপজ্জনক সংক্ৰমণে প্ৰথমে শৰীৰৰ শ্বাস-প্ৰশ্বাসতন্ত্ৰত আক্ৰমণ কৰে আৰু ক্ৰমান্বয়ে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।(HMPV)

Earthquake: তিব্বত-নেপাল সীমান্তত ৭.১ প্ৰাবল্যৰ ভূমিকম্পত ৫৩ জন লোকৰ মৃত্যু, অসমতো এই ভূমিকম্পৰ প্ৰভাৱ

দিল্লী এনচিআৰকে ধৰি বংগ আৰু বিহাৰত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে। কোৱা হৈছে যে এই ভূমিকম্পৰ কেন্দ্ৰ তিব্বত-নেপাল সীমান্ত বুলি কোৱা হৈছে।(Earthquake)

Earthquake: চাৰিখনকৈ দেশত প্ৰবল ভূমিকম্প! অসমতো মৃদু ভূমিকম্প…

চাৰিখনকৈ দেশত একেলগে প্ৰবল ভূমিকম্প৷ দেশকেইখন হৈছে ভাৰত, ইৰাণ, নেপাল, তিব্বত। এই চাৰিখন দেশত ভূমিকম্পৰ তীব্ৰ জোকাৰণি৷ ৬.৩৮ বজাত অনুভূত হয় জোকাৰণি।(Earthquake)

HMPV: আকৌ ভাইৰাছ! ভাৰতত চীনৰ ভাইৰাছৰত আক্ৰান্ত প্ৰথমজন ৰোগী চিনাক্ত…

ভাৰতত হিউমেন মেটাপনিউমোভাইৰাছত আক্ৰান্ত প্ৰথমজন ৰোগী চিনাক্ত৷ বাংগালুৰুত এটি ৮ মহীয়া কন্যা শিশুৰ দেহত HMPVৰ অৱস্থিতি৷(HMPV)

Popular