ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

OYO Rooms: OYO ৰ নতুন নিয়মত প্ৰেমৰ প্ৰমাণ দিব লাগিব! OYO ৰ নতুন নিয়মৰ বিষয়ে জানক…

আহি গ'ল OYOহোটেলৰ নতুন নিয়ম! ইচ্ছা কৰিলেই OYOত থাকিব নোৱাৰিব প্ৰেমিক-প্ৰেমিকা। অবিবাহিত দম্পতী থাকিব নোৱাৰিব OYOহোটেলত।(OYO Rooms)

Journalist Murder: ১২০ কোটিৰ “দুৰ্নীতি” ফাদিল! ঠিকাদাৰৰ ঘৰৰ টেংকিত উদ্ধাৰ বাতৰি সংগ্ৰহকাৰী সাংবাদিকৰ মৃতদেহ

১২০ কোটিৰ "দুৰ্নীতি" ফাদিল কৰাৰ পাছতেই উদ্ধাৰ হ'ল বাতৰি প্ৰকাশ কৰা সাংবাদিকৰ নিথৰ দেহ।(Journalist Murder) বাতৰি সংগ্ৰহকাৰী সাংবাদিকৰ মৃতদেহ ঘটনা ছত্তিছগড়ৰ।

Bandipora: দ খাৱৈত পৰিল সেনাৰ বাহন, থিতাতে মৃত্যু ৪ সেনা জোৱানৰ

বান্দিপোৰা জিলাত ভয়ংকৰ ঘটনা। জিলাখনৰ এচকে পায়িন এলেকাত হঠাতে দ খাৱৈত সোমাল সেনাৰ ট্ৰাক। থিতাতে মৃত্যু ৪ জোৱানৰ।(Bandipora)

Tamil Nadu: চকুৰ পচাৰতে ভয়ংকৰ ঘটনা, জীৱন্তে জ্বলি মৃত্যু ৬ শ্ৰমিকৰ!

এই পৰ্যন্ত ৬জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। তামিনলাডুৰ বিৰুধনগৰ জিলাৰ চট্টুৰ নামৰ অঞ্চলটোতএই ঘটনা সংঘটিত হৈছে। লগে লগেই উদ্ধাৰকাৰী দল ঘটৱাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। (Tamil Nadu)

Chandrababu Naidu: চন্দ্ৰবাবু নাইডু কেনেকৈ দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হ’ল? তেওঁ উপাৰ্জনৰ উৎস জানিলে আচৰিত হ’ব

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ প্ৰায় ৮২ শতাংশ ধনৰ ৯৩১ কোটি টকাৰ কাৰণ হ’ল দুগ্ধজাত সামগ্ৰী প্ৰতিষ্ঠান হেৰিটেজ ফুডছ লিমিটেডত তেওঁৰ পৰিয়ালৰ অংশীদাৰিত্ব।(Chandrababu Naidu)

Popular