ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Bomb threat on Air India flight: এয়াৰ ইণ্ডিয়াৰ মুম্বাই-নিউয়ৰ্ক বিমানক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; ভাবুকিৰ পাছতেই বিমানখন ঘূৰোৱা হ’ল দিল্লীলৈ

বোমা বিস্ফোৰণৰ ভাবুকিৰ পৰিপেক্ষিতত মুম্বাইৰ পৰা নিউয়ৰ্কলৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ AI119 নম্বৰৰ বিমানখনক সোমবাৰে পুৱাই দিল্লীলৈ ঘূৰাই অনা হয়(Bomb threat on Air India flight)।

Nobel Peace Prize 2024: জাপানৰ পাৰমাণৱিক অস্ত্ৰ বিৰোধী সংগঠন নিহোন হিডানকিঅ’লৈ শান্তিৰ নোবেল বঁটা

১৯৪৫ চনৰ আগষ্ট মাহৰ পাৰমাণৱিক বোমা আক্ৰমণৰ পিছত বিশ্বব্যাপী আন্দোলনৰ গঢ়ি তুলিছিল সংস্থাটোৱে(Nobel Peace Prize 2024)। সংস্থাটোৰ হেঁচাৰ বাবেই শক্তিশালী আন্তৰ্জাতিক নিয়ম গঢ়ি উঠে। পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰ নৈতিকভাৱে গ্ৰহণযোগ্য নহয় এই কথা এতিয়া বিশ্বই মানি লৈছে।

Bangladesh’s Kali Temple : বাংলাদেশৰ কালী মন্দিৰলৈ প্ৰধানমন্ত্ৰী মোদীয়ে উপহাৰ দিয়া মুকুট চুৰি

Bangladesh's Kali Temple : বাংলাদেশৰ কালী মন্দিৰলৈ প্ৰধানমন্ত্ৰী মোদীয়ে উপহাৰ দিয়া মুকুট চুৰি দুৰ্গোৎসৱৰ উলহ-মালহৰ মাজতে অঘটন৷ সকলোৰে অলক্ষিতে চোৰে ছাফাই কৰিলে দেৱীৰ মন্দিৰ৷ দেৱ-দেৱীৰ কোপদৃষ্টিকো ভ্ৰক্ষেপ নকৰি চোৰে লুটি নিলে দেৱী মাৰ শিৰৰ আভূষণ৷ লৈ গ’ল মাৰ মুকুট৷ তাতকৈ ডাঙৰ কথাটো হ’ল চোৰে সদৰ্পে লৈ উধাও হোৱা এই মুকুটৰ আছে এক বিশেষত্বও৷ কাৰণ এই মুকুটৰ দাতাগৰাকী কোন জানে? তেওঁ হৈছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী৷ হয় ঠিকেই পঢ়িছে আমি ক’ব খোজা ব্যক্তিজন ভাৰতৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ এই ঘটনাৰ স্থান সাতখিৰাৰ শ্যামনগৰ৷ এই ঠাইত অৱস্থিত যশোৰেশ্বৰী মন্দিৰৰ পৰা দেৱী কালীৰ এটা মুকুট চুৰি কৰা হৈছে। তথ্য অনুসৰি, ২০২১ চনৰ মাৰ্চ মাহত উক্ত মন্দিৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মুকুট উপহাৰ দিছিল। বৃহস্পতিবাৰে মন্দিৰৰ পুৰোহিত দিলীপ মুখাৰ্জীয়ে দিনটোৰ নিত্যকৰ্ম সামৰি থৈ যোৱাৰ পিছত দুপৰীয়া ২ বজাৰ পৰা ২.৩০ বজাৰ ভিতৰত চুৰিকাৰ্য সংঘটিত হয়। পৰবৰ্তী সময়ত মন্দিৰ ছাফাইৰ কামৰ নিয়োজিত কৰ্মচাৰীসকলে দেখা পায় মুকুটটো দেৱীৰ শিৰত নাই। শ্যামনগৰ আৰক্ষী থানাৰ পৰিদৰ্শক তাইজুল ইছলামে কয়, "আমি চোৰক চিনাক্ত কৰিবলৈ মন্দিৰৰ চিচিটিভি ফুটেজ পৰ্যালোচনা কৰি আছো।"

Dr. Purnima Devi Burman : ইউৰোপীয়ান‌ এচ’চিয়েচন অফ জু‌ এণ্ড একুৰিয়েমচ্ৰ জাৰ্মানী সন্মিলনত হাড়গিলা বাইদেউ ড° পূৰ্ণিমা দেৱী বৰ্মন

Dr. Purnima Devi Burman: ইউৰোপীয়ান‌ এচ'চিয়েচন অফ জু‌ এণ্ড একুৰিয়েমচ্ৰ জাৰ্মানী সন্মিলনত হাড়গিলা বাইদেউ ড° পূৰ্ণিমা দেৱী বৰ্মনইউৰোপীয়ান এচ'চিয়েচন অফ জু‌ এণ্ড একুৰিয়েমচ্ (European Association of Zoos and Aquariums Conference- EAZA)

NCP Leader Baba Siddique Shot Dead: মুম্বাইত এন চি পিৰ নেতা বাবা ছিদ্দিকক গুলীয়াই হত্যা; ২ জনক গ্ৰেপ্তাৰ

বান্দা ইষ্টৰ নিৰ্মল নগৰৰ কলগেট খেলপথাৰৰ সমীপৰ বিধায়ক পুত্ৰ জীশন ছিদ্দিকৰ কাৰ্যালয়ৰ সন্মুখতে বাবা ছিদ্দিকক আক্ৰমণ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে (NCP Leader Baba Siddique Shot Dead)।

Popular