ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

AI-Based ECG Services: এইমছৰ ৰোগীয়ে এআই প্ৰযুক্তিৰ জৰিয়তে লাভ কৰিব ECG ৰ সুবিধা

দিল্লী এইমছত ভৰ্তি হোৱা ৰোগীসকলে বিচনাৰ কাষত এআই প্ৰযুক্তিৰ জৰিয়তে ECG ৰ সুবিধা লাভ কৰিব(AI-Based ECG Services)। ইয়াৰ বাবে প্ৰয়োজন নাথাকিব কোনো টেকনিচিয়ানৰ ।

Ratan Tata health rumors: স্বাস্থ্যৰ অৱনতিৰ উৰাবাতৰি অস্বীকাৰ কৰি ৰতন টাটাই জনালে, তেওঁ সুস্থ হৈ আছে

মই বৰ্তমান সুস্থ হৈ আছো - এক বাৰ্তাৰ জৰিয়তে টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাই তেওঁৰ স্বাস্থ্যসম্পৰ্কীয় সন্দেহ আঁতৰাই সকলোকে জনালে এই কথা(Ratan Tata health rumors) ।

Muizzu At Rashtrapati Bhavan: ৰাষ্ট্ৰপতি ভৱনত মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুক উষ্ম আদৰণি

ভাৰত ভ্ৰমণৰত মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুক ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদৰণি জনায়(Muizzu At Rashtrapati Bhavan)।

Israel-Hamas war: ইজৰাইল-হামাছ যুদ্ধত ধবংসলীলা অব্যাহত! এতিয়াও বন্দী বহু লোক, হাহাকাৰ সাধাৰণ জনতাৰ

এবছৰৰ সংঘৰ্ষৰ অন্তত পেলেষ্টাইন প্ৰায় ধবংস হৈ গৈছে আৰু হামাছে এতিয়াও বিভিন্ন লোকক বন্দী কৰি ৰাখিছে৷ (Israel-Hamas war)

Playing Lord Ram In Ramlila Dies: ৰামলীলাত ৰামৰ ভাও দিবলৈ গৈ মৃত্যুক সাৱতিলে সুশীল কৌশিকে

নৱৰাত্ৰি উপলক্ষে দিল্লীৰ ছাহদৰা অঞ্চলত আয়োজন কৰা ৰামলীলাৰ মাজতে অঘটন। ৰামলীলাত ৰামৰ ভাও দিবলৈ গৈ মৃত্যুক সাৱতিলে সুনীল কৌশিকে। অভিনয়ৰ সময়ত হৃদক্ৰিয়া বন্ধ হৈ ৰামলীলাৰ মঞ্চতে ঢলি পৰি মৃত্যুমুখত পৰে সুনীল।(Playing Lord Ram In Ramlila Dies)

Popular