ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Jimmy Carter: ১০০ বছৰ বয়সত মৃত্যু আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰ

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ দেহাৱসান। ১০০ বছৰ বয়সত মৃত্যু প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ।(Jimmy Carter)

Manmohan Singh funeral: পঞ্চভূতত বিলীন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ নশ্বৰ দেহ

প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিশ্ববিখ্যাত অৰ্থনীতিবিদ ড০ মনমোহন সিঙৰ নশ্বৰ দেহ নিগমবোধ ঘাটত সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে বিলীন হ'ল পঞ্চভূতত।(Manmohan Singh funeral)

Chinaki Prokritir Asinaki Sadhu:গ্ৰন্থমেলাত মানস প্ৰতিম দত্তৰ ‘চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু’

এতিয়া গ্ৰন্থৰ বতৰ। চৌপাশে কেৱল নতুন কিতাপৰ বতৰা।(Chinaki Prokritir Asinaki Sadhu) এই গ্ৰন্থৰ বতৰতে এখন নতুন শিশু-কিশোৰ উপযোগী পৰিৱেশ বিষয়ক গ্ৰন্থই পাঠকসমাজৰ দৃষ্টি আকৰ্ষণ কৰিবকৈ সক্ষম হৈছে।

Dr Manmohan Singh: প্রাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙৰ বিয়োগত টুইটযোগে শোকপ্রকাশ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ভ্লাদিমিৰ পুটিন, ইমানুৱেল মেক্ৰনে। জাপানৰ প্ৰধানমন্ত্ৰী ওহিগেৰু ইছিবাই প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক দ্বিপাক্ষিক সম্পৰ্কৰ বিকাশৰ বাবে স্মৰণ কৰে।( Dr Manmohan Singh)

Manmohan Singh: AICCৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি

কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত মনমোহন সিঙৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ছোনিয়া, ৰাহুল, প্ৰিয়ংকা, খৰ্গেকে ধৰি বহু নেতা কৰ্মীয়ে।(Manmohan Singh)

Popular