Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪০টা সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা; ৩০ নৱেম্বৰত ভোটগ্ৰহণ
চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাঃ অংশ ল’ব ৫৪খন দেশৰ উপস্থিতিৰে আয়োজিত ইবেৰো-আমেৰিকা সন্মিলনত
নতুন জীৱনৰ পাতনি মেলিলে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই
One Nation One Election Bill: আজি লোকসভাত উত্থাপন এক দেশ এক নিৰ্বাচন বিধেয়ক
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
December 17, 2024
আজি লোকসভাত উত্থাপন এক দেশ এক নিৰ্বাচন বিধেয়ক। আইনমন্ত্ৰী অৰ্জুন মেঘুৱালে সদনত উত্থাপন কৰিলে বিধেয়কখন। (One Nation, One Election Bill)
Priyanka Gandhi Vadra: প্ৰিয়ংকাৰ দৰে সাহস নাই পাকিস্তানী সাংসদৰ! পেলেষ্টাইন লিখা বেগৰ প্ৰশংসা প্ৰাক্তন পাক মন্ত্ৰীৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
December 17, 2024
সোমবাৰে ‘পেলেষ্টাইন’ লিখা মোনা লৈ সংসদত উপস্থিত হৈছিল প্ৰিয়ংকা গান্ধী৷ ইয়াৰ পাছতেই পাকিস্তানৰ প্ৰাক্তন মন্ত্ৰী ফাৱাদ হুছেইনে প্ৰিয়ংকা গান্ধী প্ৰশংসা কৰি কয় ‘আমাৰ ইয়াত এনে কৰিবলৈ কাৰোৰে সাহস নাই’৷(Priyanka Gandhi Vadra)
Nehru Letters Controversy: পণ্ডিত জৱাহৰলাল নেহৰুৰ চিঠিসমূহ প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়ত জমা দিবলৈ ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ পি এম মিউজিয়ামৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
December 17, 2024
প্ৰধানমন্ত্ৰী মিউজিয়ামে কয় যে এই নথিসমূহ ৰাজহুৱা সম্পত্তি। এই বিষয়ত বিজেপি সাংসদ সম্বিত পাত্ৰই কয় যে এই চিঠিবোৰত কি আছে যিটো গান্ধী পৰিয়ালে দেশৰ জনসাধাৰণে জনাটো নিবিচাৰে।(Nehru Letters Controversy)
Advantage Assam 2.0:এডভাণ্টেজ অসম ২.০ৰ সন্দৰ্ভত ভূটানৰ থিম্ফুত ব্যৱসায়িক সন্মিলন আৰু ৰোড শ্ব’ত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
india
দৈনন্দিন বাৰ্তা
-
December 17, 2024
অসম চৰকাৰৰ উদ্যোগত অহা বৰ্ষৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আসাম(Advantage Assam 2.0) ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ চামিট-২০২৫ ৰ লগত সংগতি ৰাখি আজি সন্ধিয়া ভূটানৰ ৰাজধানী থিম্ফুৰ লা মেৰিডিয়ান হোটেলত আয়োজন কৰা এক ব্যৱসায়িক সন্মিলনত(Business Conference and Road Show) ভূটানৰ প্ৰধানমন্ত্ৰী দশো শ্বেৰিং টবগেৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰে।
Zakir Hussain:কিংবদন্তি তবলাৰ সম্ৰাট জাকিৰ হুছেইনৰ মৃত্যু
india
দৈনন্দিন বাৰ্তা
-
December 15, 2024
তবলাৰ সম্ৰাট জাকিৰ হুছেইন(Zakir Hussain) আৰু নাই।হৃদযন্ত্ৰৰ সমস্যাৰ সৈতে যুঁজি থাকি চিকিৎসাধীন হৈ থকা জাকিৰ হুছেইনৰ আজি আমেৰিকাৰ এখন চিকিৎসালয়ত(San Francisco hospital) মৃত্যু ঘটে।
1
...
200
201
202
...
1,158
Page 201 of 1,158
Popular
চানমাৰিস্থিত সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ প্ৰেক্ষাগৃহত কুটুম্ব সুৰক্ষা পৰিষদৰ সংবাদমেল…
দৈনন্দিন বাৰ্তা
-
November 4, 2026