ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Narendra Modi: ৰতন টাটাক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰতন টাটা আছিল যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণাৰ উৎস, সোঁৱৰণী। আমি তেওঁৰ প্ৰতিটো সপোন পূৰণ কৰিব লাগিব। মমতাৰ লগতে নম্ৰতাৰেও সফলতা লাভ কৰিব পাৰি।(Narendra Modi)

Neville Schulman Award: আৰণ্যকৰ বিজ্ঞানী ড: বিভূতি প্ৰসাদ লহকৰলৈ ‘নেভিলি শুলমেন বঁটা’

অসমৰ জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী ড: বিভূতি প্ৰসাদ লহকৰলৈ বিশ্বৰ প্ৰসিদ্ধ পৰিৱেশ সংস্থা “আৰ্থৱাটছ ইউৰোপ”ৰ ২০২৪-২৫ বৰ্ষৰ নেভিলি শুলমেন বঁটা(Neville Schulman Award) আগবঢ়োৱা হৈছে।

Ayurveda Biology: ইউজিচি নেট পৰীক্ষাৰ নতুন বিষয় ‘আয়ুৰ্বেদ জীৱবিজ্ঞান’

ভাৰতীয় আয়ুৰ্বেদৰ(Ayurveda Biology) সুনাম বিশ্বজুৰি আছে। এনে সময়তে ইউজিচি নেট পৰীক্ষাৰ নতুন বিষয় হিচাবে নিৰ্ধাৰণ কৰা হৈছে ‘আয়ুৰ্বেদ জীৱবিজ্ঞান’।

Donald Trump 2.0: বিশ্বগুৰুৰ দিশত ভাৰত! শপত লৈয়ে ভাৰতলৈ আহিব ট্ৰাম্প

বিশ্বগুৰুৰ দিশত ভাৰত! শপত লৈয়ে ভাৰতলৈ আহিব ট্ৰাম্প(Donald Trump 2.0)। দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ’বলৈ অগ্ৰসৰ হৈছে ড’নাল্ড ট্ৰাম্প।

Susie Wiles: প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ইতিহাসত হোৱাইট হাউছৰ মুখ্য কৰ্মচাৰী হিচাপে নিযুক্তি মহিলাক

আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ পিছত ট্ৰাম্পে এনে প্ৰথম নিযুক্তি দিছে, যিটো নিযুক্তিয়ে আমেৰিকাত ইতিহাস ৰচনা কৰিছে।(Susie Wiles)

Popular