Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪০টা সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা; ৩০ নৱেম্বৰত ভোটগ্ৰহণ
চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাঃ অংশ ল’ব ৫৪খন দেশৰ উপস্থিতিৰে আয়োজিত ইবেৰো-আমেৰিকা সন্মিলনত
নতুন জীৱনৰ পাতনি মেলিলে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই
PM Modi’s UCC Pitch On Unity Day: ৰাষ্ট্ৰীয় একতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে কলে: ‘ভাৰতে এক ৰাষ্ট্ৰ, এক ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতাৰ দিশত আগবাঢ়িছে’
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 31, 2024
ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী উপলক্ষে তেখেতৰ ষ্টেচু অৱ ইউনিটিৰ সমীপত আয়োজিত ৰাষ্ট্ৰীয় ঐক্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ৰ কথা উল্লেখ কৰি কয় যে, ই এক উন্নত ভাৰতৰ সপোন বাস্তৱ কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ)PM Modi's UCC Pitch On Unity Day) ।
Rajnath Singh Celebrates Diwali: তেজপুৰত সেনা জোৱানৰ সৈতে ৰাজনাথ সিঙৰ দীপাৱলী উদযাপন
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 30, 2024
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অসমৰ তেজপুৰস্থিত ৪ৰ্থ কৰ্পছৰ মুখ্য কাৰ্যালয়ত বুধবাৰে সেনা জোৱানসকলৰ সৈতে পোহৰৰ উৎসৱ দীপাৱালী উদযাপন কৰে(Rajnath Singh Celebrates Diwali)।
Diwali Celebrations with Border Troops: সীমান্তৰ সেনাৰে দীপাৱলী উদযাপন উপলক্ষ্যে টাৱাঙলৈ অহা ৰাজনাথ সিঙৰ তেজপুৰৰ বায়ুসেনা চাউনীত বাহৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 30, 2024
ভাৰত-চীন সীমান্ত ভ্ৰমণলৈ আহি তেজপুৰস্থিত বায়ুসেনাৰ অতিথিশালত বাহৰ পাতিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Rajnath Singh Stops at Tezpur Airbase)। প্ৰতিকূল বতৰৰ বাবে পোনে পোনে টাৱাঙলৈ যোৱাৰ পৰিৱৰ্তে তেজপুৰত অৱতৰণ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ বিমান(Diwali Celebrations with Border Troops) ।
India-China Border Tensions: ভাৰত চীন সীমান্তৰ দেপছাং আৰু ডেমচৌকৰ পৰা পিছুৱালে ভাৰত আৰু চীনৰ সেনা
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 30, 2024
পূব লাডাখৰ দেপছাং আৰু ডেমচৌক(Depsang and Demchok)ৰ সীমান্তৰ পৰা ভাৰত আৰু চীনে দুয়োখন দেশৰ সেনা প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে(India-China Border Tensions)। এতিয়াৰে পৰা সীমান্তৰ দুয়োপাৰে দুয়োখন দেশৰ সেনাই সমন্বিতভাৱে আৰম্ভ কৰিব টহল ।
Deepotsav celebration in Ayodhya: আজি গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ হ’ব অযোধ্যাৰ ২টা বিশ্ব অভিলেখ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 30, 2024
উত্তৰ প্ৰদশৰ মুখ্যমন্ত্ৰী আদিত্যানাথ যোগীৰ উপস্থিতিত অযোধ্যাত হ'ব দুটাকৈ বিশ্ব অভিলেখ । ইফালে মঙলবাৰে সন্ধিয়া, শ শ মহিলাই মা চৰয়ুৰ সন্মুখত প্ৰদৰ্শন কৰিলে বিশাল আৰতি(Deepotsav celebration in Ayodhya) ।
1
...
235
236
237
...
1,158
Page 236 of 1,158
Popular
গুৱাহাটী দবা একাডেমীৰ ছয়গৰাকী খেলুৱৈয়ে লাভ কৰিলে ফিডে ৰেটিং
দৈনন্দিন বাৰ্তা
-
November 6, 2026