Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪০টা সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা; ৩০ নৱেম্বৰত ভোটগ্ৰহণ
চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাঃ অংশ ল’ব ৫৪খন দেশৰ উপস্থিতিৰে আয়োজিত ইবেৰো-আমেৰিকা সন্মিলনত
নতুন জীৱনৰ পাতনি মেলিলে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই
Elephant Deaths: বিষাক্ত ভেঁকুৰৰ বাবে মধ্যপ্ৰদেশত ১০টা হাতীৰ মৃত্যু
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
দৈনন্দিন বাৰ্তা
-
November 6, 2024
বান্ধৱগড়ত ১০টা হাতীৰ মৃত্যুৰ(Elephant Deaths) কাৰণ পোহৰলৈ আহিছে। বিষত নহয়, বাজৰাৰ ভেঁকুৰে বাবে হাতীকেইটাই মৃত্যুবৰণ কৰিছিল। শেহতীয়াকৈ মধ্যপ্ৰদেশৰ(MP government) বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যানত (Bandhavgarh Tiger Reserve)এটা গঁড়ৰ মৃত্যুৰ ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Bangladeshi Issue: কংগ্ৰেছে ছোনিয়া গান্ধীক কিয় ইটালিয়ান বুলি নকয়ঃ মুখ্যমন্ত্ৰী
অসম
দৈনন্দিন বাৰ্তা
-
November 5, 2024
কোন বাংলাদেশী, কোন বিদেশী সেয়া কংগ্ৰেছে কেনেকৈ ক'ব। বাংলাদেশী(Bangladeshi Issue) চিনাক্ত কৰা বিজেপিৰ কাম।কংগ্ৰেছে পুনৰ বাংলাদেশী বিষয় উত্থাপন কৰি ৰাজ্যত পৰিস্হিতি উত্তপ্ত কৰিব বিচাৰিছে। ধলাইৰ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস বাংলাদেশী হিচাপে কংগ্ৰেছৰ অভিযোগ সন্দৰ্ভত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই(CM HBS)।
Attack on Hindu Temple in Canada: কানাডাত হিন্দু মন্দিৰত সংঘটিত ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ, ‘বন্দে মাতৰম’ আৰু ‘জয় শ্ৰী ৰাম’ ধ্বনিৰে প্ৰতিবাদ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 5, 2024
কানাডাৰ ব্ৰেম্পটনৰ হিন্দু সভা মন্দিৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ বিৰুদ্ধে ভাৰতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। সোমবাৰে পতাকা লৈ মন্দিৰৰ বাহিৰত বৃহৎ সংখ্যক হিন্দুৱে প্ৰতিবাদ সাব্যস্ত কৰে(Attack on Hindu Temple in Canada)
US Presidential Election 2024: কোনে মাৰিব শেষ হাঁহি। আজি আমেৰিকাত ৰাষ্ট্ৰপতি নির্বাচন
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 5, 2024
আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি হোৱাৰ মূল যুঁজখন ৰিপাব্লিকান ড’নাল্ড ট্ৰাম্প আৰু ডেম’ক্ৰেট কমলা হেৰিছৰ মাজত। সকলো সমীক্ষা আৰু অন্যান্য অনুমানৰ ভিত্তিত ২০২৪ চনত অতি কঠিন প্ৰতিযোগিতা হ’ব বুলি কোৱা হৈছে।(US Presidential Election 2024)
China Population: চীনবাসীলৈ অনুৰোধ, অধিক সন্তান জন্ম দিয়ক
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 3, 2024
চীনত জন্মৰ হাৰ দ্ৰুতগতিত হ্ৰাস পাইছে আৰু ইয়াৰ বাবেই যোৱা বছৰ জনসংখ্যাৰ ক্ষেত্ৰত চীন ভাৰতকে পিছ পৰিছিল।(China Population)
1
...
234
235
236
...
1,158
Page 235 of 1,158
Popular
গুৱাহাটী দবা একাডেমীৰ ছয়গৰাকী খেলুৱৈয়ে লাভ কৰিলে ফিডে ৰেটিং
দৈনন্দিন বাৰ্তা
-
November 6, 2026