ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Bhutan Tourism: তামুলপুৰৰ ভূমি বন্দৰ দৰঙাত সংহত তালাচী চকী মুকলি

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ভূটানৰ(Bhutan Tourism) প্ৰধানমন্ত্ৰী দাছো শ্বেৰিং টবগেই আজি তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙাত(Tamulpur Daranga) এটি সংহত তালাচী চকী(Integrated Check Post) উদ্বোধন কৰে।

Trump Modi Friendship: প্ৰধানমন্ত্ৰী মোদী আৰু ড’নাল্ড ট্ৰাম্পৰ ফোনযোগে কথোপথন, ট্ৰাম্পে ক’লেঃ বিশ্বই মোদীক ভাল পায়…

প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্পৰ ফোনযোগে কৰা কথোপকথন ভাইৰেল হৈ পৰিছে, যাৰ পৰা দেখা গৈছে যে দুয়োৰে মাজত আছে গভীৰ বন্ধুত্ব সম্পৰ্ক।(Trump Modi Friendship)

Kamala Harris: হাত যোৰ কৰি সেমেকা দুচকুৰে কমলা হেৰিছে ক’লেঃ আমি নিৰ্বাচনতহে পৰাস্ত হৈছো, যুঁজ এৰি দিয়া নাই

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ হাতত পৰাজয়ৰ পিছত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত কমলা হেৰিছে সমৰ্থকসকলক সম্বোধন কৰি আৱেগিক হৈ পৰে।(Kamala Harris)

Kaziranga National Park: এমভি মহাবাহুৰে চতুৰ্থবাৰৰ বাবে পৰ্যটক হৈ অসমৰ কলিয়াবৰত উপস্থিত হোৱা ১০১ বছৰ গৰকা নিউজিলেণ্ডৰ আইতা নেন্সি ৰৱাৰ্টচে নাচিলে বিহু

ৰাজ্যলৈ এতিয়া দেশী-বিদেশী পৰ্যটকৰ সোঁত বৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(Kaziranga National Park) পৰিদৰ্শন কৰিবলৈ ব্ৰক্ষ্মপুত্ৰৰ কুকুৰে জাহাজেৰে দ্বিতীয়টো পৰ্যটকৰ দল মঙ্গলবাৰে বিয়লি কলিয়াবৰৰ শিলঘাট জাহাজঘাটত উপস্থিত হয়। এই দলটোতে নিউজিলেণ্ডৰ ১০১ বছৰীয়া আইতাই লাখুটি লৈ আহিল অসমলৈ(Assam)।

47th US President Donald Trump: আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে পুনৰ নিৰ্বাচিত ড’নাল্ড ট্ৰাম্প

সকলো ভৱিষ্যতবাণী মিছা প্ৰমাণিত কৰি বিশ্বৰ শক্তিধৰ দেশ আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি(47th US President Donald Trump) হিচাপে নিৰ্বাচিত হ'ল ড'নাল্ড ট্ৰাম্প(Victory With 60M Votes)। দ্বিতীয়টো কাৰ্যকালৰ বাবে হোৱাইট হাউছৰ বাসিন্দা হ'ব ট্ৰাম্প।

Popular