ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Village avoids diwali celebrations: এখন গাঁও য’ত দীপাৱলী উদযাপন কৰিলে হয় ঘৰত জুই লাগে, নতুবা গাঁওখনলৈ আহে অকালমৃত্যু!

হিমাচলৰ হামিৰপুৰত এনে এখন গাঁও আছে য'ত উদযাপন কৰা নহয় দীপাৱলী(Village avoids diwali celebrations) । জনবিশ্বাস অনুসৰি, বহু দশক পূৰ্বে এগৰাকী মহিলাই সতী হোৱাৰ আগতে গাঁওখনক দিছিল অভিশাপ ।

Death threat to Salman Khan: ছলমান খানক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত নয়দাৰ পৰা গ্ৰেপ্তাৰ এজন যুৱক

ছলমান খানৰ লগতে বাবা ছিদ্দিকৰ পুত্ৰক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত এজন যুৱকক নয়দাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে (Death threat to Salman Khan) ছলমান খানক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত নয়দাৰ পৰা গ্ৰেপ্তাৰ এজন যুৱক)। মুম্বাই আৰক্ষীয়ে এই গ্ৰেপ্তাৰৰ কথা সদৰি কৰি জনালে- -নয়দা আৰু মুম্বাই আৰক্ষীয়ে যৌথ অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে যুৱকজনক ।

Terrorist Attacks in Jammu and Kashmir: নিৰ্বাচনৰ পিছৰে পৰা জম্মু-কাশ্মীৰত বৃদ্ধি পাইছে সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰৱণতা – এটি পৰ্যালোচনা

নিৰ্বাচন অন্ত পৰাৰ পিছতে কাশ্মীৰৰ পৰা কমাই দিয়া হৈছিল নিৰাপত্তা বাহিনী ।' নিৰাপত্তা বাহিনীৰ সংখ্যা কমি অহাৰ লগে লগে উপত্যকাটোত বৃদ্ধি পাবলৈ ধৰে সন্ত্ৰাসবাদী আক্ৰমণ(Jammu and Kashmir security) ।

C-295 Aircraft: এতিয়াৰ পৰা বদোদৰাত নিৰ্মাণ হ’ব লগা C-295 বিমানখনৰ বৈশিষ্ট্যসমূহ জানো আহক

দেশৰ শক্তি ক্ৰমাৎ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ভাৰতৰ শক্তি বৃদ্ধিৰ আন এক নাম হ’ল চি-২৯৫ বিমান(C-295 Aircraft)। যিখন বিমান এতিয়াৰে পৰা বদোদৰাত নিৰ্মাণ কৰা হ’ব।

Mrs. India Galaxy 2024: অসম জীয়াৰী ৰিণিমালৈ মিছেছ ইণ্ডিয়া গেলেক্সী ২০২৪ খিতাপ

'মিছেছ ইণ্ডিয়া গেলেক্সী ২০২৪' খিতাপ অসমৰ ৰিণিমা বৰা আগৰৱাললৈ(Mrs. India Galaxy 2024)। ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত মিছেছ ইণ্ডিয়া আই এন চি ২০২৪ চীজন - ৫ত যোগদান কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰৰ জীয়াৰী ৰিণিমা বৰা আগৰৱালাই।

Popular