ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Bomb Threat: দূৰ হোৱা নাই বোমাতংক সোমবাৰেও দেশৰ ৬০ খনতকৈও অধিক বিমানত বোমা স্থাপনৰ ভাবুকি

কেন্দ্ৰীয় চৰকাৰে বহু চেষ্টা চলায়ো ভাৰতীয় বিমানত বোমা স্থাপনৰ ভাবুকি অহাটো বন্ধ কৰিব পৰা নাই। শেহতীয়াকৈ পুনৰ সোমবাৰেও দেশৰ ৬০খনতকৈও অধিক বিমানে লাভ কৰিলে বোমা স্থাপনৰ ভাবুকি। (Bomb Threat)

C-295 aircraft । Modi, Spain’s Sanchez launch India’s first private military Aircraft Plant । ভাৰতৰ বাবে নতুন যুগৰ আৰম্ভনিঃগুজৰাটত চি-২৯৫ বিমান নিৰ্মাণ কাৰখানা যৌথভাৱে...

ভাৰতৰ বাবে নতুন যুগৰ আৰম্ভনি। ভাৰতৰ বিমান প্ৰযুক্তিৰ দিশৰ পৰা এক উল্লেখযোগ্য দিন হিচাবে পৰিগণিত হৈছে। সোমবাৰে ভদোদৰাৰ টাটা এডভান্সড চিষ্টেমছ লিমিটেড (টিএএছএল) (C-295 aircraft ) কেম্পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে যৌথভাৱে চি-২৯৫ বিমান নিৰ্মাণৰ অৰ্থে টাটা এয়াৰক্ৰাফ্ট কমপ্লেক্স উদ্বোধন কৰে।ভাৰতত এয়া হৈছে এনেধৰণৰ প্ৰথম প্ৰকল্প।(Modi, Spain’s Sanchez launch India’s first private military aircraft plant)

Hoolock Gibbon: অসমৰ পৰ্যটনৰ ক্ষেত্ৰ নৱ সংযোজন কাছিজানৰ হলৌ বান্দৰ

অসমৰ তিনিচুকীয়া জিলাখনক এক বাণিজ্যিক কেন্দ্ৰ হিচাপে গণ্য কৰা হয়।সমান্তৰালকৈ তিনিচুকীয়া জিলাখন প্ৰাকৃতিক, সাংস্কৃতিক, ধৰ্মীয় তথা আধ্যাত্মিক আদি বিভিন্ন দিশৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ঠাই হিচাপে পৰিচিত। উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিস্তৃত হৈ থকা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু তিনিচুকীয়াৰ বাৰেকুৰিত দুষ্প্ৰাপ্য তথা বিৰল প্ৰজাতিৰ হলৌ বান্দৰ(Hoolock Gibbon) পোৱা যায় বুলি অসম, ভাৰতৰ লগতে আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো জনাজাত(Dihing Patkai National Park)।

Tata-Airbus Aircraft Plant: বদোদৰাত ভাৰত আৰু স্পেইনৰ দুই মূৰব্বীৰ বিশাল ৰোড শ্ব’; দুয়ো উদ্বোধন কৰিলে এয়াৰবাছৰ এচেম্বলিৰ এটা প্ৰকল্প

গুজৰাটৰ বদোদৰা বিমানবন্দৰৰ পৰা টাটা প্লাণ্টলৈকে ভাৰত আৰু স্পেইনৰ প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব’ । ইয়াৰ পিছতে দেশ দুখনৰ মূৰব্বী দুগৰাকীয়ে উদ্বোধন কৰিলে টাটা এয়াৰবাছৰ এচেম্বলিৰ এটা প্ৰকল্প(Tata-Airbus Aircraft Plant)।

ISL Parthiv Gogoi: আইএছএলত অসম সন্তান পাৰ্থিৱ গগৈৰ অভিলেখ

ভাৰতীয় ফুটবলৰ যুৱ প্ৰতিভা বিকাশত ইণ্ডিয়ান ছুপাৰ লীগৰ অবিৰত অবদান অনন্য৷ আইএছএলৰ(ISL Parthiv Gogoi) প্ৰতিটো দলতে তাৰকা থকাৰ সময়তে কেবাগৰাকীও খেলুৱৈয়ে নিজৰ দক্ষতা আৰু প্ৰতিভাৰে চমক সৃষ্টি কৰি নায়কৰ দৰেই আবিৰ্ভাৱ হৈছে৷ আইএছএলে আৰম্ভনিৰ বৰ্ষৰ পৰাই সমগ্ৰ ভাৰততে অধিক যুৱ প্ৰতিভাৰ সমাহাৰ কৰাৰ ক্ষেত্ৰত অগ্ৰনি ভূমিকা পালন কৰিছে৷

Popular