ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Nepal PM: নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ সুশীলা কাৰ্কীৰ

সামাজিক মাধ্যম (Nepal PM) নিষিদ্ধকৰণৰ বিৰুদ্ধে উত্তপ্ত হৈ পৰা নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে পদত্যাগ কৰাৰ পিছতে শুকুৰবাৰে নিশা নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে সুশীলা কাৰ্কীয়ে

Donald Trump: আমেৰিকাত ‘সোঁপন্থী’ নেতা চাৰ্লি কাৰ্কক গু*লীয়াই হ*ত্যা, ‘বন্ধু’ক হেৰুৱাই ট্ৰাম্পৰ মন্তব্যঃ ‘মই কাকো ৰেহাই নিদিওঁ’

Donald Trump: আমেৰিকাত ‘সোঁপন্থী’ নেতা চাৰ্লি কাৰ্কক গুলীয়াই হত্যা, ‘বন্ধু’ক হেৰুৱাই ট্ৰাম্পৰ মন্তব্যঃ ‘মই কাকো ৰেহাই নিদিওঁ’

Sonia Gandhi: নাগৰিকত্ব বিষয়ত কংগ্ৰেছে লাভ কৰিলে সকাহ, আদালতে খাৰিজ কৰিলে ছোনিয়াৰ বিৰুদ্ধে গোচৰ

Sonia Gandhi: নাগৰিকত্ব বিষয়ত কংগ্ৰেছে লাভ কৰিলে সকাহ, আদালতে খাৰিজ কৰিলে ছোনিয়াৰ বিৰুদ্ধে গোচৰ

Index Saudi Arabia: ৰিয়াধত অনুষ্ঠিত “ইণ্ডেক্স চৌদি আৰব”ত অংশগ্ৰহণ ইপিচিএইচৰ

চৌদি আৰৱৰ ৰিয়াধত (Index Saudi Arabia) "ইণ্ডেক্স চৌদি আৰব ২০২৫’আৰম্ভ হৈছে। য’ত ইপিচিএইচৰ ইণ্ডিয়া পেভিলিয়ন উদ্বোধন কৰে চৌদি আৰৱত ভাৰতৰ ৰাষ্ট্ৰদূত ড০ ছুহাইলআজাজ খানে।

France: নেপালৰ পিছত ফ্ৰান্সত নৈৰাজ্য : মেক্ৰন চৰকাৰৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদত জ্বলিল বহু বাহন, দুই শতাধিকক আটক

France: নেপালৰ পিছত ফ্ৰান্সত নৈৰাজ্য : মেক্ৰন চৰকাৰৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদত জ্বলিল বহু বাহন, দুই শতাধিকক আটক

Popular