ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

বৃটীছ সংসদত ইতিহাস ৰচিব ড০ পীতাম্বৰ দেৱগোস্বামী, প্ৰথমবাৰৰ বাবে সত্ৰীয়া সংস্কৃতিৰ ওপৰত ভাষণ । Pitambar Deva Goswami

বৃটীছ সংসদত ইতিহাস ৰচিব ড০ পীতাম্বৰ দেৱগোস্বামী, প্ৰথমবাৰৰ বাবে সত্ৰীয়া সংস্কৃতিৰ ওপৰত ভাষণ । Pitambar Deva Goswami

১০ জুনত পৰিগণিত হ’ব দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হিচাপে

বৈদেশিক সম্পৰ্কই হওক বা আন বিষয়েই হওক, সকলোতে কিবা নহয় কিবা নতুনত্বৰ চমক দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ আন এক অভিলেখ গঢ়িবলৈ ওলাইছে৷

স্বামীয়ে পত্নীৰ সৈতে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়

স্বামী-স্ত্ৰীৰ মাজত কেতিয়াবা কাজিয়া লগাটো একো নতুন কথা নহয়৷ বহু সময়ত কাজিয়াৰ পৰিণতিত স্বামী-স্ত্ৰীৰ মাজত কেইবাদিনো ধৰি মাতবোল বন্ধও হৈ থাকে৷

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী CJPৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী। 'ধর্মেন্দ্র প্রধানে পদত্যাগ কৰক'। 'তেওঁৰ শাসনত লাখ লাখ শিক্ষার্থীৰ ভৱিষ্যৎ অন্ধকাৰত'।

আজি দিল্লীৰ যন্তৰ-মন্তৰত ক’কৰোছ জনতা পাৰ্টীৰ প্ৰতিবাদ

ক’কৰোছ জনতা পাৰ্টীৰ প্ৰতিবাদত আজি কঁপিছে যন্তৰ-মন্তৰ । অনিয়মৰ বিৰুদ্ধে হোৱা এই প্ৰতিবাদ অংশগ্ৰহণ সহস্ৰাধিক যুৱক-যুৱতীয়ে। NEETসহ বিভিন্ন পৰীক্ষাৰ অনিয়মৰ বিৰুদ্ধে এই প্রতিবাদ।

Popular