ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Muizzu At Rashtrapati Bhavan: ৰাষ্ট্ৰপতি ভৱনত মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুক উষ্ম আদৰণি

ভাৰত ভ্ৰমণৰত মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুক ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদৰণি জনায়(Muizzu At Rashtrapati Bhavan)।

Israel-Hamas war: ইজৰাইল-হামাছ যুদ্ধত ধবংসলীলা অব্যাহত! এতিয়াও বন্দী বহু লোক, হাহাকাৰ সাধাৰণ জনতাৰ

এবছৰৰ সংঘৰ্ষৰ অন্তত পেলেষ্টাইন প্ৰায় ধবংস হৈ গৈছে আৰু হামাছে এতিয়াও বিভিন্ন লোকক বন্দী কৰি ৰাখিছে৷ (Israel-Hamas war)

Playing Lord Ram In Ramlila Dies: ৰামলীলাত ৰামৰ ভাও দিবলৈ গৈ মৃত্যুক সাৱতিলে সুশীল কৌশিকে

নৱৰাত্ৰি উপলক্ষে দিল্লীৰ ছাহদৰা অঞ্চলত আয়োজন কৰা ৰামলীলাৰ মাজতে অঘটন। ৰামলীলাত ৰামৰ ভাও দিবলৈ গৈ মৃত্যুক সাৱতিলে সুনীল কৌশিকে। অভিনয়ৰ সময়ত হৃদক্ৰিয়া বন্ধ হৈ ৰামলীলাৰ মঞ্চতে ঢলি পৰি মৃত্যুমুখত পৰে সুনীল।(Playing Lord Ram In Ramlila Dies)

Northeast Declared Heart And Soul Of Bharat: উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ হৃদয় আৰু আত্মাঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ

অসমীয়া এতিয়া ধ্ৰুপদী ভাষা, ই আমাৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰদৰ্শন। ভুল তথ্য আৰু প্ৰতিক্ৰিয়াশীলতাই জাতিৰ প্ৰভূত ক্ষতি কৰে, সকিয়ালে উপ-ৰাষ্ট্ৰপতিয়ে। আনহাতে সম্পাদকীয় পৃষ্ঠাই গণতন্ত্ৰৰ চকীদাৰ হিচাপে কাম কৰিব লাগিব বুলি কয় উপ-ৰাষ্ট্ৰপতি ধনখৰে।(Northeast Declared Heart And Soul Of Bharat)

External Affairs Minister Jaishankar: এছ চি অ’ ৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পাকিস্তানলৈ যাব ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ

(External Affairs Minister Jaishankar) বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে বিদেশ মন্ত্ৰী জয়শংকৰে ১৫ আৰু ১৬ অক্টোবৰত ইছলামবাদত অনুষ্ঠিত হ’বলগীয়া এছ চি অ’ সন্মিলনৰ বাবে পাকিস্তানলৈ যাবলগীয়া এটা প্রতিনিধি দলৰ নেতৃত্ব দিব।

Popular