ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Ratan Tata Dies: বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান, ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

দেশৰ বিখ্যাত উদ্যোগপতি ৰতন টাটা(Famous industrialist Ratan Tata)ৰ ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ(Ratan Tata Dies at 86)। স্বাস্থ্যৰ অৱনতিৰ বাবে তেওঁক মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও ইয়াতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

Haryana Election Result: বিজেপিৰ যোগেশ কুমাৰক পৰাস্ত কৰি বিপুল ভোটত ভিনেশ ফোগটৰ জয়লাভ

মল্লযুঁজাৰু ভিনেশ ফোগটে হৰিয়ানা বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে জুলানা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ জয়লাভ কৰে(Vinesh Phogat Wins in Haryana Elections) । বিজেপি প্ৰাৰ্থী যোগেশ কুমাৰক পৰাস্ত কৰি প্ৰসিদ্ধ মল্লযুঁজাৰুগৰাকীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়(Haryana Election Result) ।

Haryana Assembly Election Result 2024: হাৰিয়ানাত বৃহৎ পৰিৱৰ্তন, আগবাঢ়ি থকা কংগ্ৰেছ হঠাতে পিছ পৰিল; চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি

কিছু সময়ৰ পাছতে স্পষ্ট হ’ব হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফল(Haryana Assembly Election Result 2024)। ইয়াৰ মাজতে হাৰিয়ানাৰ ৰাজনৈতিক প্ৰেক্ষাপটত দেখিবলৈ পোৱা গৈছে এক বৃহৎ পৰিৱৰ্তন ।

AI-Based ECG Services: এইমছৰ ৰোগীয়ে এআই প্ৰযুক্তিৰ জৰিয়তে লাভ কৰিব ECG ৰ সুবিধা

দিল্লী এইমছত ভৰ্তি হোৱা ৰোগীসকলে বিচনাৰ কাষত এআই প্ৰযুক্তিৰ জৰিয়তে ECG ৰ সুবিধা লাভ কৰিব(AI-Based ECG Services)। ইয়াৰ বাবে প্ৰয়োজন নাথাকিব কোনো টেকনিচিয়ানৰ ।

Ratan Tata health rumors: স্বাস্থ্যৰ অৱনতিৰ উৰাবাতৰি অস্বীকাৰ কৰি ৰতন টাটাই জনালে, তেওঁ সুস্থ হৈ আছে

মই বৰ্তমান সুস্থ হৈ আছো - এক বাৰ্তাৰ জৰিয়তে টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাই তেওঁৰ স্বাস্থ্যসম্পৰ্কীয় সন্দেহ আঁতৰাই সকলোকে জনালে এই কথা(Ratan Tata health rumors) ।

Popular