ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Iran Attack on Israel: আক্ৰমণাত্মক ৰূপত আমেৰিকা, ইৰাণী মিছাইল বিধ্বস্ত কৰিবলৈ আমেৰিকান সেনাক জ’ বাইডেনৰ নিৰ্দেশ

মঙলবাৰে ইজৰাইলৰ ওপৰত ইৰাণে কৰা ১০০ ৰো অধিক মিচাইল আক্ৰমণ(Iran Attack on Israel)ৰ লগে লগে আমেৰিকাই নিজৰ সেনাবাহিনীক(US military) অধিক তৎপৰতাৰে ইজৰাইলক সহায় কৰাৰ লগতে ইৰাণক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে । ৰাষ্ট্ৰপতি জ' বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে হোৱাইট হাউছৰ সিচুৱেচন ৰূমৰ পৰা ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিটো মুহূৰ্ত কৰি আছে নিৰিক্ষণ ।

Tirupati Mandir Laddu controversy: ৰাজনীতিৰ পৰা দেৱতাক আঁতৰাই ৰাখিব লাগেঃ উচ্চতম ন্যায়ালয়

উচচতম ন্যায়ালয়ে তিৰুপতি মন্দিৰৰ লাডুত পশুৰ চৰ্বি থকা ঘিউৰ দাবী সন্দৰ্ভত প্ৰমাণ বিচৰাৰ সমান্তৰালকৈ ধৰ্মক ৰাজনীতিৰ বাহিৰত ৰাখিবলৈ আহ্বান জনায়।(Tirupati Mandir Laddu controversy)

Rajmata-Gaumata: গৰুক ‘ৰাজমাতা-গৌমাতা’ হিচাপে ঘোষণা কৰিলে মহাৰাষ্ট্ৰৰ চৰকাৰে

মহাৰাষ্ট্ৰৰ চৰকাৰে গৰুক ‘ৰাজমাতা-গৌমাতা’ হিচাপে ঘোষণা কৰিলে। সোমবাৰে মহাৰাষ্ট্ৰ চৰকাৰে তেওঁলোকক ৰাজমাতা-গোমাতাৰ মৰ্যাদা প্ৰদান কৰে।(Rajmata-Gaumata)

Somnath Temple: সোমনাথ মন্দিৰ বেদখল বিৰোধী অভিযান: ভাঙি পেলোৱা হ’ল ৯টা অবৈধ মছজিদ, দৰগাহ

গুজৰাটৰ গিৰ সোমনাথত মন্দিৰৰ পিছফালে থকা চৰকাৰী ভূমিৰ পৰা বেদখল আঁতৰোৱাৰ বাবে এই অভিযান আৰম্ভ কৰা হয়। (Somnath Temple)

Himanta Biswa Sarma rise in national politics: দেশৰ প্ৰধানমন্ত্ৰীৰ দৌৰত ড° হিমন্ত বিশ্ব শৰ্মা !

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিয় ভাৰতৰ ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেনেদৰে অগ্ৰগতি লাভ কৰিছে( Himanta Biswa Sarma rise in national politics) ? সেইয়া জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Popular