ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

FPI Inflow: পুনৰ ভাৰতীয় শ্বেয়াৰ বজাৰত ক্ৰয় বৃদ্ধি এফ পি আইৰ

পুনৰ ভাৰতীয় শ্বেয়াৰ ক্ৰয় বৃদ্ধি কৰিছে বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীয়ে। নতুন মাহৰ মাত্ৰ এসপ্তাহ পাৰ হোৱাৰ লগে লগে ভাৰতীয় শ্বেয়াৰত এফ পি আই বিনিয়োগৰ পৰিসংখ্যা প্ৰায় ১১ হাজাৰ কোটি টকা। (FPI Inflow)

International Day of Police Cooperation 2024: ইণ্টাৰপলৰ শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতা দিৱস উদযাপন

ইণ্টাৰপলৰ শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আন্তৰ্জাতিক আৰক্ষী সহযোগিতা দিৱসত আইন প্ৰৱৰ্তনৰ সহযোগিতা আৰু দায়বদ্ধতা বৃদ্ধিৰ জৰিয়তে অপৰাধৰ বিৰুদ্ধে বিশ্বব্যাপী যুঁজৰ ওপৰত আলোকপাত কৰা হৈছে(International Day of Police Cooperation 2024)।

Sunita Williams : সুনীতা আৰু বুচ উইলমৰেক মহাকাশতে এৰি পৃথিৱী অভিমুখে উভতিল ষ্টাৰলাইনাৰ

সুনীতা আৰু বুচ উইলমৰে কেপচুলত ৫ জুনত মহাকাশ আস্থানৰ বাবে ৰাওনা হৈছিল। কিন্তু নানান কাৰণত তেওঁলোক মহাকাশ আস্থানতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। (Sunita Williams)

শিশুৰ স্বাস্থ্যৰ ওপৰত স্বচ্ছ ভাৰত অভিযানৰ প্ৰভাৱৰ অধ্যয়নৰ তথ্য প্ৰকাশ! হ্ৰাস পাইছে শিশুৰ মৃত্যুৰ হাৰ…

মোদী প্ৰশাসনৰ অন্যতম বৃহৎ সাফল্য হিচাপে এই মিছনটো স্মৰণীয় হৈ থাকিব। ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱসমূহৰ ভিতৰত স্বাস্থ্য সূচকসমূহৰ উন্নতি, বিশেষকৈ শিশু আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস হোৱা আৰু মহিলা তথা ছোৱালীৰ সুৰক্ষাৰ বিষয় জড়িত হৈ আছে।

India Singapore agreements: ছিংগাপুৰত প্ৰধানমন্ত্ৰী মোদীঃ স্বাক্ষৰ কৰিলে কেইবাখনো বুজাবুজি চুক্তিত

ভাৰতে অৰ্থনৈতিক আৰু প্ৰযুক্তিগত অংশীদাৰীত্ব বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে ইয়াৰ সম্পৰ্ক বৃদ্ধি কৰি আহিছে । বৃহস্পতিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছিংগাপুৰ ভ্ৰমণৰ সময়চোৱাত ডিজিটেল প্ৰযুক্তি, অৰ্ধপৰিবাহী, স্বাস্থ্য আৰু শিক্ষা খণ্ডত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু ছিংগাপুৰৰ মাজত হোৱা বুজাবুজিৰ চাৰিখন গুৰুত্বপূৰ্ণ চুক্তি সম্পন্ন হয়(India Singapore agreements)।

Popular