ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

কলকাতাৰ কাণ্ডঃ শনিবাৰে দেশজুৰি ২৪ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ভাৰতীয় চিকিৎসক সন্থাৰ…

কলকাতাৰ চিকিৎসক মৃত্যুক লৈ উত্তাল দেশ। দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা ভাৰতীয় চিকিৎসক সন্থাৰ। শনিবাৰ (১৭ আগষ্ট)ৰ পৰা দেশজুৰি ২৪ঘণ্টীয়া ধৰ্মঘট IMAৰ। প্ৰতিবাদৰ সময়ছোৱাত দেশৰ সকলো চিকিৎসালয়ত বন্ধ...

ছুইডেনত ধৰা পৰিছে মংকী পক্সত আক্ৰান্ত ৰোগী…

বিশ্বত পুনৰ মংকী পক্সৰ আতংক৷ শুকুৰবাৰে ছুইডেনত ধৰা পৰিছে মংকী পক্সত আক্ৰান্ত ৰোগী৷ আফ্ৰিকাৰ বাহিৰত প্ৰথমবাৰৰ বাবে ধৰা পৰিছে মংকী পক্সৰ ৰোগী৷ ব্যক্তিজন আফ্ৰিকা...

পুনৰ ইতিহাস ৰচাৰ দিশে ISRO! SSLV-D3ত এছ-০৮ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ উৎক্ষেপণ কৰিব…

পুনৰ ইতিহাস ৰচাৰ দিশে ISRO ! SSLV-D3 বিমানত ISROয়ে এছ-০৮ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ উৎক্ষেপণ কৰিব। শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ উপগ্ৰহটো৷...

শিৱসাগৰত স্বাধীনতা দিৱস বৰ্জন কৰি প্ৰতিবাদত বহিল টাইপা

শিৱসাগৰত স্বাধীনতা দিৱস বৰ্জন কৰি প্ৰতিবাদত বহিল টাইপা। ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনৰ উলহ মালহৰ মাজতে টাইপাৰ প্ৰতিবাদ। আহোম জনগোষ্ঠীৰ জনজাতিকৰনৰ প্ৰতিশ্ৰুতি পূৰন নকৰাৰ বাবে শিৱসাগৰত...

নাৰীৰ ওপৰত অত্যাচাৰ কৰা সকলক কঠোৰ শাস্তি দিয়া উচিতঃ প্ৰধানমন্ত্ৰী মোদী…

দেশবাসীলৈ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা। স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা একেৰাহে ১১ সংখ্যক বাৰৰ বাবে দেশবাসীক সম্বোধন কৰে। ভাৰতে...

Popular