ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

আল্লু অৰ্জুনৰ কেৰালা সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান…

কেৰালাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ বৰঙণি অভিনেতা আল্লু অৰ্জুনৰ। ৱায়ানাডৰ ভূমিস্খলনত ক্ষতিগ্ৰস্তক সহায়ৰ বাবে আগবঢ়ায় এই অনুদান। কেৰালাৰ ৱায়ানাড জিলাত এক ভয়াৱহ ভূমিস্খলনত...

ইজৰাইলত হিজবুল্লাহৰ আক্ৰমণৰ পাছতেই পুনৰ উত্তপ্ত মধ্যপ্ৰাচ্য…

আক্ৰমণ-প্ৰত্যাক্ৰমণত বিধ্বস্ত মধ্যপ্ৰাচ্য। ইজৰাইলত হিজবুল্লাহৰ আক্ৰমণৰ পাছতেই পুনৰ উত্তপ্ত মধ্যপ্ৰাচ্য। হামাচৰ শীৰ্ষ নেতা আৰু হিজবুল্লাহ কমাণ্ডাৰৰ মৃত্যুৰ পাছত ইজৰাইলত হিজবুল্লাহৰ প্ৰত্যাক্ৰমণ। উত্তেজনাৰ মাজতে নাগৰিকক লেবানন...

ৱায়ানাডৰ উদ্ধাৰ অভিযানত সহায়ক হোৱাকৈ ১৯০ ফুট দীঘল দলং নিৰ্মাণ কৰিলে ভাৰতীয় সেনাই…

কেৰালাৰ ৱায়ানাডৰ উদ্ধাৰ অভিযানত সহায়ক হোৱাকৈ ভাৰতীয় সেনাই ৩১ ঘন্টাত নিৰ্মাণ কৰিলে ১৯০ ফুট দীঘল দলং। ভাৰতীয় সেনাৰ বিশেষ দলটোক নেতৃত্ব দিছিল মেজৰ সীতাই।...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে উন্নয়নৰ দিশত দোপত দোপে আগবাঢ়িছেঃ মুখ্যমন্ত্ৰী নয়াব সিং চাইনি…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী নয়াব সিং চাইনি। আজি পুৱাই শক্তিপীঠ কামাখ্যাত উপস্থিত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনি। পত্নীসহ কামাখ্যা মাৰ আশিস...

কেৰালাৰ ৱায়নাডত ভয়ংকৰ ভূমিস্খলনত মৃতকৰ সংখ্যা ৩৪০জনলৈ বৃদ্ধি…

ৱায়ানাডত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ। কেৰালাৰ ৱায়নাডত ভয়ংকৰ ভূমিস্খলনত মৃতকৰ সংখ্যা ৩৪০জনলৈ বৃদ্ধি৷ বৰ্তমানলৈকে সন্ধানহীন হৈ আছে ২০০ জন ৷

Popular