ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

কোভিডৰ সময়ত মোদীয়ে কিয় বজাবলৈ দিছিল কাঁহী-বাতি? চাৰি বছৰৰ পিছত জনালে কাৰণ…

চাৰি বছৰৰ পিছত জনালে কাৰণ। কোভিডৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক কাঁহী-বাতি বজাবলৈ দিছিল। কাঁহী-বাতি বজাবলৈ আহ্বান জনোৱাৰ বাবে মোদীক বহুতে সমালোচনাও কৰিছিল। অৱশেষত...

৭ দিনৰ ভিতৰত সমগ্ৰ দেশতে কা ৰূপায়ণ কৰা হ’বঃ বংগত ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰৰ

সমগ্ৰ দেশত সাত দিনৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব নাগৰিকত্‌ব সংশোধনী আইন। বংগত এই ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে । মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে...

১৫ মাহৰ ব্যৱধানৰ পিছত ভাৰতত নতুন ৰাষ্ট্ৰদূত নিযুক্তি দিয়াৰ সম্ভাৱনা চীনৰ

১৫ মাহতকৈ অধিক সময়ৰ ব্যৱধানৰ অন্তত চীনে ভাৰতত নিজৰ নতুন ৰাষ্ট্ৰদূত নিযুক্তি দিয়াৰ সম্ভাৱনা। এক প্ৰতিবেদন অনুসৰি জু ফেইহঙক ভাৰতলৈ চীনৰ পৰৱৰ্তী দূত হিচাপে...

‘যিমানেই অনুশীলন কৰিব, সিমানেই আত্মবিশ্বাসী হৈ উঠিব’, ‘পৰীক্ষা পে চৰ্চা’ত শিক্ষাৰ্থীক পৰামৰ্শ প্ৰধানমন্ত্ৰী মোদীৰ…

প্ৰধানমন্ত্ৰী মোদীৰ পদক্ষেপ ‘পৰীক্ষা পে চৰ্চা’ই পৰীক্ষাৰ মানসিক চাপক পৰাস্ত কৰাত ছাত্ৰ-ছাত্ৰীক সহায় আগবঢ়োৱাৰ লগতে পৰীক্ষা সম্পৰ্কীয় চাপ ফলপ্ৰসূভাৱে পৰিচালনা কৰাৰ কৌশলেৰে শিক্ষক আৰু...

চোৰাংচোৱা প্ৰেৰণৰ দাবী খাৰিজ, নিৰ্দোষীক শাস্তি নিদিবলৈ আলফা (স্বাধীন)ৰ মুৰব্বীক অনুৰোধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসম আৰক্ষীয়ে ম্যানমাৰৰ আলফা(স্বাধীন)ৰ শিবিৰলৈ কোনো চোৰাংচোৱা প্ৰেৰণ কৰা নাই বুলি স্পষ্ট কৰি দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব...

Popular