ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

নিৰ্বাচনী প্ৰচাৰত আদানীৰ বিৰুদ্ধে মন্তব্য, উচ্চ ন্যায়ালয়ত ৰাহুল-মোদীৰ বিৰুদ্ধে গোচৰ দাখিল…

মোদী-ৰাহুলৰ বিৰুদ্ধে আদালতৰ কাষ চাপিল এজন লোক। লোকজনে দিল্লী উচ্চ ন্যায়ালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ তৰিলে। মোদী-ৰাহুলৰ বিৰুদ্ধে...

পুনৰ যাব লাগিব কাৰাগাৰলৈ! অতিৰিক্ত ৭ দিনৰ অন্তৱৰ্তীকালীন জামিন বিচাৰি কেজৰিৱালৰ আৱেদন, উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে শীঘ্ৰে শুনানিৰ অনুৰোধ…

জামিনৰ ম্যাদ উকলিবলৈ বেছি দিন নাই। পুনৰ কাৰাগাৰলৈ যাব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। উচ্চতম ন্যায়ালয় নিৰ্বাচনী প্ৰচাৰৰ বাবে কেজৰিৱালক ২১ দিনৰ অন্তৰ্ৱতীকালীন জামিন...

গাজাত ৰকেট নিক্ষেপেৰে প্ৰতিশোধ ল’লে ইজৰাইলে ! নিহত ৩৫গৰাকী পেলেষ্টাইনী…

ইজৰাইল বাহিনীৰ আক্ৰমণত গাজাত নিহত ৩৫গৰাকী পেলেষ্টাইনীহামাছৰ আক্ৰমণৰ পাছতে ইজৰাইলৰ প্ৰত্যাক্ৰমণগাজাত ৰকেট নিক্ষেপেৰে প্ৰতিশোধ ল'লে ইজৰাইলে পুৱতি নিশা গাজাত আক্ৰমণ ইজৰাইল বাহিনীৰমিছাইল আক্রমণত নিহত ৩৫...

কালঘূৰ্ণী ৰেমালঃ সংহাৰ চলাব বংগ, অসমত! ব্যাপক সতৰ্কতা, বহু বিমান বাতিল; সাজু কৰি ৰখা হৈছে এনডিআৰএফ বাহিনী…

আকৌ আহিছে এক কালঘূৰ্ণী। পশ্চিমবংগৰ উপকূলৰ দিশে তীব্ৰ গতিত আগবাঢ়িছে ঘূৰ্ণীবতাহ ৰেমাল। এই বাতৰি আপুনি পঢ়ি থকা সময়ত বংগত ৰেমালে সংহাৰৰ সৃষ্টি কৰিব। ইতিমধ্যে...

সীমান্তৰ সিপাৰৰ পৰা জেহাদীসকলে এছ পি, কংগ্ৰেছক সমৰ্থন কৰি আহিছেঃ প্ৰধানমন্ত্ৰী মোদী…

একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যকালৰ লক্ষ্য আগত ৰখা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডিয়া মিত্ৰজোঁটে পাকিস্তান আৰু জেহাদীৰ পৰা সমৰ্থন লাভ কৰাৰ অভিযোগ উত্থাপন কৰে। দেওবাৰে উত্তৰ...

Popular