ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

শ্ৰীনগৰত -৫.২ ডিগ্ৰী চেলছিয়াছ ঠাণ্ডা

বছৰৰ প্ৰথম দিনটোত জম্মু-কাশ্মীৰত তীব্ৰ ঠাণ্ডা পৰিলক্ষিত হয়। শ্ৰীনগৰৰ উষ্ণতা -৫.২ ডিগ্ৰী চেলছিয়াছ পঞ্জীয়ন কৰা হৈছে, যাৰ ফলত ডাল হ্ৰদৰ কিছু অংশকে ধৰি কাশ্মীৰ...

ইজৰাইল-হামাছ যুদ্ধৰ মাজতে তৰমুজক লৈ চলিছে চৰ্চা…

ইজৰাইল আৰু হামাছৰ মাজত চলি থকা মাৰাত্মক যুদ্ধত পেলেষ্টাইনীসকলৰ সৈতে সংহতিৰ প্ৰতীক হিচাপে তৰমুজ ব্যৱহাৰ কৰা হৈছে। পেলেষ্টাইনীসকলৰ সমৰ্থনত প্ৰতিবাদত কাৰ্ড বৰ্ডৰ অৰ্ধবৃত্তত ফলৰ...

জাপানত ৭.৬ প্ৰাবল্যৰ ভূমিকম্প, ছুনামীৰ সতৰ্কবাণী জাৰি

সোমবাৰে উত্তৰ মধ্য জাপানত ৭.৬ প্ৰাথমিক মাত্ৰাৰ ভূমিকম্পই আঘাত হানে। সোমবাৰে ৰাজহুৱা সম্প্ৰচাৰক এন এইচ কেৰ বাতৰি অনুসৰি জাপান সাগৰৰ কাষৰীয়া পশ্চিম উপকূলৰ...

নৱবৰ্ষ উদ্‌যাপনৰ ইতিবৃত্ত আৰু কিছু চিন্তা

মাত্ৰ কেইঘন্টামানৰ পিছতেই নতুন বছৰৰ ন-সূৰুযে আন্ধাৰৰ বক্ষ উজাৰি ভূমুকি মাৰিব, লৈ আহিব অনাবিল সুখ-শান্তি,সমৃদ্ধি, আনন্দৰ বতৰা। প্ৰতিশ্ৰুতিৰ ৰং সানি প্ৰস্ফুটিত হ’ব একোপাহি আশাবাদৰ...

কৰ্ণাটকৰ শিক্ষয়িত্ৰী-ছাত্ৰৰ ‘ৰোমান্টিক’ ফটোশ্বুটকলৈ ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া

কৰ্ণাটকৰ শিক্ষয়িত্ৰী-ছাত্ৰৰ 'ৰোমান্টিক' ফটোশ্বুটকলৈ ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শৈক্ষিক ভ্ৰমণলৈ গৈ এগৰাকী শিক্ষয়িত্ৰীয়ে এজন ছাত্ৰৰ সৈতে ফটোশ্বুটৰ নামত কৰা আচৰণে এতিয়া বহুতকে হতবাক...

Popular