ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

বাংলাদেশত ভয়াবহ ৰে’ল দুৰ্ঘটনা সংঘটিত…

বাংলাদেশত শোকাৱহ ৰে'ল দুৰ্ঘটনা৷ দুখন ৰে'লৰ মাজত মুখামুখি সংঘৰ্ষ৷ ২০ জন নিহত, শতাধিক যাত্রী আহত। ভৈৰৱ নামৰ এলেকাত সংঘটিত এই দুৰ্ঘটনা৷

গাজাৰ শৰণাৰ্থী শিবিৰৰ সন্মুখৰ এটা ঘৰত বোমা বিস্ফোৰণ ইজৰাইলৰ ! ২৪ ঘন্টাত ২৬৬ জন লোকৰ মৃত্যু, বহু শিশুৰ মৃতদেহ উদ্ধাৰ

গাজাত ইজৰাইলৰ নতুন আক্ৰমণ। এটা শৰণাৰ্থী শিবিৰৰ সন্মুখৰ এটা ঘৰত এটা বোমা বিস্ফোৰণ কৰে ইজৰাইলে। কমেও ৩০ জন লোকৰ মৃত্যু হৈছে। ঘৰটো ধ্বংসৰ লগতে...

সংঘৰ্ষ জৰ্জৰ ইজৰাইলৰ পৰা ভাৰতলৈ উভতি আহিল ষষ্ঠখন ‘অপাৰেচন অজয়’

সংঘৰ্ষ জৰ্জৰ ইজৰাইলৰ পৰা ভাৰতলৈ উভতি আহিল ষষ্ঠখন ‘অপাৰেচন অজয়’ ৷ দেওবাৰৰ নিশা ১৪৩ জন ভাৰতীয় নাগৰিকক লৈ ষষ্ঠখন ‘অপাৰেচন অজয়’ৰ বিমান নতুন দিল্লীত...

যিমান পাৰি সোনকালে আঁতৰি যাওকঃ হামাছৰ সন্ত্ৰাসবাদীৰ সৈতে যুদ্ধৰ মাজতে নিজৰ নাগৰিকসকললৈ ইজিপ্ত আৰু জৰ্ডান এৰি যাবলৈ আহ্বান ইজৰাইলৰ

হামাছৰ সৈতে যুদ্ধৰ মাজতে ইজিপ্ত, জৰ্ডান এৰি যাবলৈ নাগৰিকসকলক আহ্বান জনাইছে ইজৰাইলে। ইজৰাইলৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে ইজিপ্ত (চিনাইকে ধৰি) আৰু জৰ্ডানৰ বাবে ভ্ৰমণৰ সতৰ্কবাণী ৪...

হাস্পতালৰ পিছত গাজাৰ গীৰ্জাত ক্ষেপণাস্ত্ৰ আক্ৰমণ ! বহুলোকৰ মৃত্যু…

ইজৰাইলৰ আক্ৰমণত গাজা ষ্ট্ৰিপৰ এটা গীৰ্জা ক্ষতিগ্ৰস্ত হৈছে। এই দাবী পেলেষ্টাইনৰ সশস্ত্ৰ বাহিনী হামাছৰ। ইজৰাইলৰ আক্ৰমণত গীৰ্জাৰ চৌহদত আশ্ৰয় লোৱা কেইবাজনো লোক নিহত আৰু...

Popular