Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

মংগোলীয়াত বুবোনিক প্লেগত মৃত্যু কিশোৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : এটি কিশোৰ বুবোনিক প্লেগত মৃত্যু হৈছে বুলি দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে ৷ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে পশ্চিম মংগোলীয়াৰ গভি-আলটাই ৰাজ্যৰ ১৫ বছৰীয়া কিশোৰটিৰ যোৱা দেওবাৰে গা বেয়া লাগে৷ টুগৰুক জিলাৰ
Read More...

সমগ্ৰ বিশ্বত ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৩ মিলিয়ন অতিক্ৰম ৷

দৈনন্দিন বাৰ্তা ডেস্ক : বিশ্বত ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৩ মিলিয়ন অতিক্ৰম কৰিলে৷ আনহাতে এই ভাইৰাছত আক্ৰান্ত হৈ বৰ্তমানলৈকে ৫.৭২ লাখ লোক মৃত্যু হৈছে৷ ইয়াৰে ভিতৰত হংকঙৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ আনহাতে
Read More...

দেশৰ ২২ ৰাজ্যত বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনাতকৈ অধিক ক’ৰোনা পৰীক্ষা ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ২২ খন ৰাজ্যত প্ৰতি দিনে প্ৰতি মিলিয়নত ১৪০ জন লোকৰ ক’ৰোনা পৰীক্ষা কৰা হৈছে৷ কেন্দ্ৰই এই কথা নিশ্চিত কৰিছে৷ এই তথ্যই বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দ্ধাৰণ কৰা পৰিমাণ অতিক্ৰম কৰিছে৷ এই ৰাজ্যবোৰৰ ভিতৰত গোৱাত প্ৰতি
Read More...

ছুটি কথা ছৱিৰে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম খোদিত কৰিলে নলবাৰীৰ যুৱকে।

দক্ষতা আৰু প্ৰতিভাৰ বিকাশ ঘটাই নলবাৰীৰ এজন যুৱকে ছুটি কথাছবিৰে আন্তৰ্জাতিক পৰ্য্যায়ত নিজৰ নাম খোদিত কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম অংকিত কৰি গৌৰৱ কঢ়িয়াই অনা এই যুৱকজন হৈছে নলবাৰীৰ কাজিপাৰা নিবাসী চিন্ময়
Read More...

মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি শাস্তিৰ সন্মুখীন : উপ মুখ্যমন্ত্ৰী পদৰ পৰা…

দৈনন্দিন বাৰ্তা ডেস্ক : মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি দলৰ কঠোৰ শাস্তিৰ সন্মুখীন হ’ল শচীন পাইলট৷ তেওঁক ৰাজস্থানৰ উপমুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰ কৰা হৈছে৷ ইয়াৰ লগতে পাইলটক ৰাজস্থান প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ পৰাও
Read More...

১৭ খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া মন্ত্ৰীৰ আলোচনা…

দৈনন্দিন বাৰ্তা ডেস্ক : যুৱ বিষয়ক, ক্ৰীড়া মন্ত্ৰালয় আৰু ১৭ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে মঙলবাৰে ভৱিষ্যতৰ ক্ৰীড়াৰ কৰ্মসূচী পৰিকল্পনাৰ বাবে এক মতবিনিময় কৰে৷
Read More...

শিশুৰ দেহত কাৱাছাকি ছিন্ড্ৰম নামৰ নতুন ৰোগ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ভিড-১৯ৰ সংক্ৰমণ ভাৰতত চলি থকাৰ সময়তে শিশুৰ মাজত কাৱাছাকি ছিন্ড্ৰম নামৰ এটা নতুন ৰোগৰ সংক্ৰমণ হৈছে ৷ 'মাল্টিছিষ্টেম ইনফ্লেমেটৰী ছিনড্ৰম' নামেৰে পৰিচিত এই ৰোগৰ ফলত জ্বৰ হয় আৰু দেহৰ ৰক্ত পৰিবাহী
Read More...

ভাৰতত ৭৫ হাজাৰ কোটি বিনিয়োগ কৰিব গুগলে ৷

দৈনন্দিন বাৰ্তা ডেস্ক : বিশাল অংক বিনিয়োগ কৰিব গুগলে৷ সোমবাৰে টুইট কৰি এই কথা জনাইছে গুগলৰ চিইঅ’ সুন্দৰ পিচাই ৷ ভাৰতৰ ডিজিটেল অৰ্থনীতিৰ উন্নয়নৰ বাবে এই অৰ্থ বিনিয়োগ কৰা হ’ব বুলি তেওঁ জনায় ৷ চীনৰ সৈতে উত্তেজনা আৰু ক’ৰোনা ভাইৰাছৰ বাবে
Read More...

১০জনৰ বেছি বিধায়ক নাই শচীন পাইলট শিবিৰত ৷ নিজৰ ক্ষমতা দেখুৱাই দিলে মুখ্যমন্ত্ৰী অশোক গেহলটে ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজস্থানৰ শচীন পাইলট শিবিৰে দাবী কৰিছিল যে তেওঁৰ সৈতে ৩০ জন বিধায়ক আছে ৷ কিন্তু সোমবাৰে পুৱা নিজৰ ক্ষমতা দেখুৱাই দিলে মুখ্যমন্ত্ৰী অশোক গেহলটে ৷ উল্লেখ্য যে ৰাজস্থান বিধানসভাত কংগ্ৰেছৰ বিধায়কৰ সংখ্যা ১০৭ জন ৷
Read More...

মধ্য প্ৰদেশত ২৮ মন্ত্ৰীৰ দপ্তৰ বিতৰণ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্ত্ৰীসভাত ২৮ জন মন্ত্ৰীৰ দপ্তৰ বিতৰণ কৰে ৷ মন কৰিব লগা যে এসপ্তাহৰ আগতে মুখ্যমন্ত্ৰীজনে তেওঁৰ মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ কৰাৰ বিষয়ে ইংগিত দিছিল ৷ ইয়াৰ ভিতৰত মধ্যপ্ৰদেশৰ
Read More...