Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

প্ৰথমবাৰলৈ মুখত মাস্ক পিন্ধিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৷

দৈনন্দিন বাৰ্তা ডেস্ক : প্ৰথমবাৰৰ বাবে মুখত মাস্ক পিন্ধিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৷ উল্লেখ্য যে ক’ভিড-১৯ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে মানুহে যিসময়ত মাস্ক পৰিধান কৰি আছে সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতিজনে পৰিধান নকৰাকৈ আছিল ৷
Read More...

ভাৰতত প্ৰৱেশৰ বাবে অপেক্ষাত পাকিস্তান সমৰ্থিত ২৫০-৩০০ সন্ত্ৰাসবাদী ৷

দৈনন্দিন বাৰ্তা ডেস্ক : সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশৰ বাবে ২৫০-৩০০ সন্ত্ৰাসবাদী অপেক্ষা কৰি আছে বুলি শনিবাৰে ভাৰতীয় সেনাই সতৰ্ক কৰি দিছে ৷ জম্মু আৰু কাশ্মীৰ সীমান্তৰ দুটা ছেক্টৰত ভাৰতীয় জোৱানৰ ওপৰত আক্ৰমণৰ চেষ্টা চলাইছে পাকিস্তানৰ বৰ্ডাৰ
Read More...

নেপালত ভূমিস্খলনত নিহত ১৫ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : বৰষুণৰ ফলত পশ্চিম নেপালত শনিবাৰে হোৱা ভূমিস্খলনত ১৫জন লোক নিহত হয় ৷ এনেদৰে ভূমিস্খলনত যোৱা ৪৮ ঘণ্টাত দেশখনত মুঠ ৩৭ জন লোক নিহত হয় ৷ দেশখনৰ গৃহ মন্ত্ৰালয়ে এই কথা জনাইছে৷ নিহত হোৱা ১৫ জন লোক মাইয়াদি জিলাৰ বুলি
Read More...

ভাৰতত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৮ লাখ অতিক্ৰম ৷

দৈনন্দিন বাৰ্তা ডেস্ক : মুঠ ক’ৰোনাত আক্ৰান্তৰ সংখ্যা আঠ লাখ অতিক্ৰম কৰিলে ৷ নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে ৷ শনিবাৰে এই বৃদ্ধিৰ পৰিমাণ ২৭ হাজাৰ পালেগৈ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত ২৭১১৪ জন লোক
Read More...

বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন : ২০০ বছৰীয়া শিৱ মন্দিৰৰ বাঁহৰ জেওৰা ধ্বংস দুৰ্বৃত্তৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : বাংলাদেশৰ পিৰোজপুৰ জিলাৰ দিঘিৰজান গাঁৱৰ এটা ২০০ বছৰীয়া শিৱ মন্দিৰ আৰু ব্যক্তিগত মালিকানাধীন মাটিৰ সীমাত থকা বাঁহৰ জেওৰা যোৱা সোমবাৰে দুৰ্বৃত্তই ধ্বংস কৰে ৷ এই ঘটনা সন্দৰ্ভত এটা ভিডিঅ’ ছচিয়েল মিডিয়াত প্ৰচাৰ হয়
Read More...

টেনিছৰ পৰা অৱসৰ লোৱাৰ সময় চাপি আহিছে ৰ’জাৰ ফেদেৰাৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ২০ বাৰ গ্ৰেণ্ড শ্লাম চেম্পিয়ন ৰ'জাৰ ফেদেৰাই স্বীকাৰ কৰিছে যে তেওঁ টেনিছৰ পৰা অৱসৰ লোৱাৰ সময় চাপি আহিছে ৷ কিন্তু জোৰ দিছিল যে তেওঁৰ দুৰ্দান্ত কেৰিয়াৰ শেষ হৈ গ’লে এই খেল বহু পৰিমাণে হেৰুৱাই পেলাব ৷ অহা মাহত ৩৯ বছৰ
Read More...

কানপুৰৰ কাষত গাড়ী দুৰ্ঘটনা : আৰক্ষীৰে ‘সংঘৰ্ষ’ত নিহত দুৰ্ধৰ্ষ অপৰাধী বিকাশ ডুবেৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : মধ্যপ্রদেশৰ উজ্জয়িনীৰ এটা মন্দিৰৰ পৰা গ্ৰেপ্তাৰ হোৱা গেংষ্টাৰ বিকাশ ডুবেক আৰক্ষীয়ে কানপুৰলৈ আনিছিল ৷ কিন্তু কানপুৰ পোৱাৰ আগেয়ে শুকুৰবাৰে আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত বিকাশৰ মৃত্যু হয় ৷ এই সংঘৰ্ষক লৈ ইতিমধ্যে বিভিন্ন
Read More...

ক’ৰোনাতকৈ বেছি মানুহ মৃত্যু অনাহাৰ, দৰিদ্ৰতাত : এপ্ৰিলত ক’ৰোনত ১০ হাজাৰ, অনাহাৰত প্ৰতিদিনে ১২ হাজাৰৰ…

দৈনন্দিন বাৰ্তা ডেস্ক : সমগ্ৰ বিশ্ব ক’ৰোনাৰ আতংকত ত্ৰস্তমান ৷ এই ভাইৰাছত বহুলোকৰ ইতিমধ্যে মৃত্যু হৈছে ৷ কিন্তু ক’ৰোনাত যিমান সংখ্যক লোকৰ মৃত্যু হৈছে তাতকৈ ভয়াৱহ দৰিদ্ৰতা আৰু ক্ষুধাত বেছি মানুহৰ মৃত্যু হৈছে ৷ ক’ৰোনাক ৰোধ কৰিবলৈ বিভিন্ন
Read More...

আয়ুর্বেদৰ জৰিয়তে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ আমেৰিকাৰ : সংগী ভাৰত ৷

দৈনন্দিন বাৰ্তা ডেস্ক : এইবাৰ আয়ুর্বেদৰ জৰিয়তে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ কৰিব আমেৰিকাই ৷ সংগী হ’ব ভাৰত ৷ আমেৰিকাত আয়ুর্বেদিক ঔষধৰ সূত্ৰ (ফৰ্মূলা) পৰীক্ষা হ’ব বুলি জনালে দেশখনত নিযুক্ত ভাৰতীয় ৰাষ্ট্রদূত তৰণজিৎ সিং সান্ধুৱে ৷ সেই পৰীক্ষাত আছে
Read More...

প্ৰায় এসপ্তাহৰ নাটক অৱশেষত ইতি ৷ উজ্জয়িনীৰ মন্দিৰত গ্ৰেপ্তাৰ ম’ষ্ট ৱানটেড গেংষ্টাৰ ৷ পৃথক…

দৈনন্দিন বাৰ্তা :প্ৰায় এসপ্তাহৰ নাটক অৱশেষত ইতি পৰিল৷ কানপুৰত বিষয়াসহ ৮ আৰক্ষীক হত্যা কৰা ম’ষ্ট ৱানটেড গেংষ্টাৰ বিকাশ ডুবেক গ্ৰেপ্তাৰ কৰিল আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে পুৱা মধ্য প্ৰদেশৰ উজ্জয়িনীৰ এটা মন্দিৰৰ পৰা এই দুৰ্ধৰ্ষ অপৰাধীটোক গ্ৰেপ্তাৰ
Read More...