Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

লাডাখত প্ৰধানমন্ত্ৰীৰ আকস্মিক ভ্ৰমণ ।

দৈনন্দিন বাৰ্তা ডেস্ক : সংঘৰ্ষক লৈ তাৎপর্যপূর্ণ তৎপৰতাৰ মাজতে লাডাখত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ লেহ সামৰিক ঘাটিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী পুৱা ১০ বজাত অৱতৰণ কৰে৷ উল্লেখ্য যে এই দিনটোতে প্ৰধানমন্ত্ৰী লাডাখ যাব বুলি
Read More...

ভাৰতত প্ৰস্তুত কৰা ক’ৰোনাৰ প্ৰথম টীকা স্বাধীনতা দিৱসৰ পূৰ্বে বজাৰলৈ অহাৰ সম্ভাৱনা ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত প্ৰস্তুত কৰা ক’ৰোনাৰ প্ৰথম টীকা স্বাধীনতা দিৱসৰ পূৰ্বে বজাৰলৈ অহাৰ সম্ভাৱনা আছে ৷ এই টীকাৰ নাম হৈছে 'কোভেক্সিন'৷ ভাৰত বায়’টেক ইণ্টাৰনেচনেল লিমিটেড (বিবিআইএল)ৰ সহযোগত এই টীকা বজাৰলৈ আনিছে ইণ্ডিয়ান কাউন্সিল
Read More...

ৰাছিয়াৰ পৰা মিগ-২৯ ক্ৰয়ত অনুমোদন।

দৈনন্দিন বাৰ্তা ডেস্ক : প্ৰতিৰক্ষা অধিগ্রহণ কাউন্সিল (ডিএচি)য়ে বৃহস্পতিবাৰে ৰাছিয়াৰ পৰা ২১ খন মিগ-২৯ৰ লগতে ৫৯ খন মিগ-২৯ যুদ্ধ বিমান আৰু ১২খন ছুখই-৩০ এমকেআই ক্ৰয়ৰ বাবে প্ৰস্তাৱত অনুমোদন দিছে ৷ ৰাছিয়াৰ পৰা মিগ-২৯ ক্ৰয় আৰু উন্নিতকৰণত
Read More...

ম্যানমাৰৰ শিলৰ খনিত ভূমিস্খলন : মৃত্যু ১০০ শ্ৰমিকৰ ।

দৈনন্দিন বাৰ্তা ডেস্ক : ম্যানমাৰৰ এটা শিলৰ খনিত ভয়াৱহ ভূমিস্খলন হোৱাত প্ৰায় ১০০জন শ্ৰমিকৰ মৃত্যু হয় ৷ ইয়াৰ লগতে কেইবাজনো লোক সন্ধানহীন হয় ৷ যুদ্ধকালীন তৎপৰতাত খনিত আবদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰ কাৰ্য চলি আছে ৷ জানিব পৰা মতে উত্তৰ
Read More...

ক’ৰোনাত মৃত্যু ইষ্টাৰ্ণ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ বিকাশ ছামৱেল ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতীয় সেনাৰ ইএমই ইষ্টাৰ্ণ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ বিকাশ ছামৱেল ক’ভিড-১৯ত আক্ৰান্ত হৈ বৃহস্পতিবাৰে মৃত্যু হয় ৷ ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে তেওঁ ভালেমান দিন ধৰি যুঁজ কৰি আছিল ৷ তেওঁ পত্নী আৰু দুগৰাকী কন্যাক এৰি থৈ গৈছে৷
Read More...

২০৩৬ চন পৰ্যন্ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদত পুটিন ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ভ্লাডিমিৰ পুটিনকে ৰাষ্ট্ৰপতি পদত ২০৩৬ চন পৰ্যন্ত থকা আৰু সাংবিধানিক সংস্কাৰৰ পক্ষে ভোট দিছে ৰাছিয়াত ৷ যোৱা সাত দিন ধৰি চলা ভোটৰ ৬০ শতাংশ গণনা বুধবাৰে সম্পন্ন হয়৷ সেই ফলাফল প্ৰকাশ কৰি এই দাবী কৰিছে মস্কোৰ
Read More...

চীনা এপ ত্যাগ প্ৰধানমন্ত্ৰী মোডীৰ ৷

দৈনন্দিন বাৰ্তাৰ ডেস্ক : ৫৯টা চীনা এপ বন্ধ কৰাৰ দুটা দিনৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চীনা এপ উইব’ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে ৷ উল্লেখ্য যে এইটো এটা মাইক্ৰ-ব্লগিং ৱেবছাইট ৷ এই এপটোত কেইটামান বছৰৰ আগতে প্ৰধানমন্ত্ৰী মোডীয়ে যোগ
Read More...

ডিজিটেল ষ্ট্ৰাইকৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা : ৰাষ্ট্ৰীয় পথ নিৰ্মাণ কৰিবলৈ নাপায়…

দৈনন্দিন বাৰ্তাৰ ডেস্ক : চীনক পুনৰ প্রত্যাঘাত ভাৰতৰ৷ বিএছএনএল, ৰে’লৰ পৰা আঁতৰ কৰাৰ আগতেই আঘাত দিছে চীনা প্ৰতিষ্ঠানক ৷ ৫৯ টা চীনা এপৰ ওপৰত ডিজিটেল ষ্ট্ৰাইক কৰা হৈছে ৷ এনে সময়তে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিলে দেশৰ
Read More...

কাশ্মীৰত আৰক্ষী-উগ্ৰপন্থীৰ গুলীয়াগুলী : ককাকৰ ৰক্তাক্ত মৃতদেহৰ ওপৰত অসহায় শিশু ৷

দৈনন্দিন বাৰ্তা ডেস্ক : চিআৰপিএফ জোৱানৰ ওপৰত আক্ৰমণ কৰা উগ্ৰপন্থীৰ গুলীত মৃত্যু হোৱা ককাকৰ ৰক্তাক্ত দেহাৰ ওপৰত অসহায়ভাৱে কান্দিছে এটি তিনি বছৰীয়া শিশুৱে৷ বুধবাৰে পুৱা এই ছবি আৰু ভিডিঅ’ ভৰি পৰে ছচিয়েল মিডিয়াত৷ এই অসহায় শিশুটিৰ ছবি
Read More...

এইবাৰ আন এক ভাইৰাছ জি-৪ : উৎস চীন

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ভিড-১৯ সংক্ৰমণত সমগ্ৰ বিশ্বত এক কোটিৰো অধিক লোক আক্ৰান্ত হৈছে৷ এতিয়াও এই ভাইৰাছৰ বিৰুদ্ধে কোনো প্ৰতিষেধক ওলোৱা৷ নাই৷ ইয়াৰ মাজতে আন এক ভাইৰাছে নিদ্ৰা নোহোৱা কৰিছে বিভিন্নজনক, যিটোৰ সংক্ৰমণত ভৱিষ্যতে মহামাৰীৰ ৰূপ
Read More...