Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

এইবাৰ আন এক ভাইৰাছ জি-৪ : উৎস চীন

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ভিড-১৯ সংক্ৰমণত সমগ্ৰ বিশ্বত এক কোটিৰো অধিক লোক আক্ৰান্ত হৈছে৷ এতিয়াও এই ভাইৰাছৰ বিৰুদ্ধে কোনো প্ৰতিষেধক ওলোৱা৷ নাই৷ ইয়াৰ মাজতে আন এক ভাইৰাছে নিদ্ৰা নোহোৱা কৰিছে বিভিন্নজনক, যিটোৰ সংক্ৰমণত ভৱিষ্যতে মহামাৰীৰ ৰূপ
Read More...

ভাৰতৰে বিৰোধ : বিতর্কিত মানচিত্র অনুমোদন কৰাৰ পাছত সমস্যাত নেপালৰ প্রধানমন্ত্রী ৷

দৈনন্দিন বাৰ্তা ডেস্ক : বিতর্কিত মানচিত্র অনুমোদন কৰাৰ পাছত সমস্যাত পৰিছে নেপালৰ প্রধানমন্ত্রী কেপি শর্মা অ’লি। দিন যিমানে গৈছে তেওঁৰ পদত্যাগৰ দাবীত চাপ বাঢ়িছে দলৰ অভ্যন্তৰত ৷ পুষ্পকুমাৰ দহল বা প্রচণ্ডসহ শাসক দল নেপাল কমিউনিষ্ট পার্টিৰ
Read More...

এইবাৰ ভূটানৰ বন্যপ্ৰাণী অভয়াৰণ্যত চকু চীনৰ : চীনা পদক্ষেপক সাৱধানে পৰ্যৱেক্ষণ ভাৰতৰ ৷

দৈনন্দিন বাৰ্তাৰ ডেস্ক :ভাৰতৰ সৈতে চলিত সীমা সমস্যাক লৈ বিৰোধ হৈ থকা চীনে ভূটানৰ ছাকটেং বন্যপ্ৰাণী অভয়াৰণ্যখন 'বিবদমান' বুলি দাবী কৰিছে ৷ গ্ল’বেল এনভাৰ’ণমেণ্ট ফেচিলিটি কাউন্সিলৰ সভাত এই মন্তব্য কৰিছে চীনে ৷ ছাকটেং বন্যপ্ৰাণী অভয়াৰণ্যখনৰ
Read More...

পাকিস্তানৰ পৰা ফোন কল : মুম্বাইৰ দুখন তাজ হোটেল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ।

দৈনন্দিন বাৰ্তা ডেস্ক : ২০০৮ চনৰ নৱেম্বৰৰ দৰে পুনৰ তাজৰ দুয়োখন হোটেলত আক্ৰমণ কৰা হ’ব বুলি ভাবুকি দিছে পাকিস্তানৰ উগ্ৰপন্থীয়ে ৷ মুম্বাইৰ দুয়োখন তাজ হোটেল বোমাৰে উৰুৱাই দিব বুলি ভাবুকি দিছে৷ তাজ হোটেল দুখন বোমাৰে উৰুৱাই দিয়াৰ বিষয়ে
Read More...

ভাৰতত ৫৯ টা চীনা এপ নিষিদ্ধ : এপ নিষিদ্ধ কৰাক লৈ ৬ কোটি ৩০ লাখ বাৰ আলোচিত ।

দৈনন্দিন বাৰ্তা ডেস্ক : টিকটক, ইউচি ব্ৰাউজাৰ, হেল’সহ ৫৯টা চীনা ম’বাইল এপ নিষিদ্ধ কৰিছে কেন্দ্ৰই ৷ কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ পৰা জনোৱা মতে এই ৫৯টা এপ দেশৰ সাৰ্বভৌমত্ব, অখণ্ডতা, দেশৰ সুৰক্ষাৰ বাবে অত্যন্ত ক্ষতিকৰ ৷ সেই বাবেই এই
Read More...

ছনু ছুদ : চিনেমা জগতৰেই হিৰো নহয়, তেওঁ এতিয়া সমগ্ৰ ভাৰতৰ জনসাধাৰণৰ প্ৰকৃত হিৰো ।

দৈনন্দিন বাৰ্তা ডেস্ক : ছনু ছুদ কেৱল চিনেমা জগতৰেই হিৰো নহয় তেওঁ এতিয়া সমগ্ৰ ভাৰতৰ জনসাধাৰণৰ প্ৰকৃত জগতৰ হিৰো হৈ পৰিছে৷ যি সহায় চকুৰে মনিব নোৱাৰি বা যি সহায় আকালৰ সময়ত জনসাধাৰণে প্ৰত্যক্ষভাৱে লাভ কৰিব নোৱাৰে সেই সহায়ৰ কি প্ৰয়োজন? কিন্তু
Read More...

ভাৰতত ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা চাৰে পাঁচ লাখ অতিক্ৰম ।

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা চাৰে পাঁচ লাখ অতিক্ৰম কৰিলে ৷ যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৮৫২২ জন লোক ক’ৰোনাত আক্ৰান্ত হয়৷ ইয়াকে লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৫৬৬৮৪০ জন হ’লগৈ ৷ মহাৰাষ্ট্ৰ, তামিলনাডু আৰু দিল্লী
Read More...

২৭ জুলাইত পাবহি ছখন যুদ্ধ বিমান ৰাফেল ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক : লাডাখত সংঘৰ্ষ হোৱাৰ সময়তে ভাৰতলৈ প্ৰথম যুদ্ধ বিমান আহিব ৷ জুলাই মাহৰ শেষৰ ফালে পূৰ্ণ অস্ত্ৰসম্ভাৰসহ ছখন ৰাফেল বিমান ভাৰতীয় বায়ুসেনাৰ হাতলৈ আহিব ৷ এই বিমানকেইখন হাৰিয়ানাৰ অম্বালা বায়ুসেনা ঘাটিৰ গ’ল্ডেন এৰো
Read More...

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু বাংলাদেশৰ প্ৰতিৰক্ষা সচিব আব্দুল্লাহ আল মহচিন চৌধুৰী ।

দৈনন্দিন বাৰ্তা ডেস্ক: ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হ’ল বাংলাদেশৰ প্ৰতিৰক্ষা সচিব আব্দুল্লাহ আল মহচিন চৌধুৰী৷ ঢাকাৰ সন্মিলিত সামৰিক চিকিৎসালয়ত সোমবাৰে পুৱা ৯.৩০ বজাত তেওঁৰ মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স ৫৭ বছৰ হৈছিল ৷ কিছুদিনৰ
Read More...

দাম কমিছে পেট্ৰল-ডিজেলৰ ।

দৈনন্দিন বাৰ্তা ডেস্ক: দাম কমিছে পেট্ৰল আৰু ডিজেলৰ৷ ২১ দিন ধৰি দাম বাঢ়ি থকাৰ পাছত দাম কমিল৷ দেশৰ মেট্ৰো চহৰবোৰৰ ভিতৰত দেওবাৰৰ দিনটোত কলকাতাত শনিবাৰৰ দামেই থাকিল ৷ কলকাতাত পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৮২.‌০৫ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত
Read More...