Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

চমকিত হোৱাইট হাউছ : আধুনিক যুগৰ ‘শ্ৰৱণ কুমাৰ’ক প্ৰশংসা মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড…

আধুনিক যুগৰ শ্ৰৱণ কুমাৰ হিচাপে বিশ্বজুৰি চৰ্চা লাভ কৰিছে তেওঁ৷ নাম জ্যোতি কুমাৰী৷ মানসিক শক্তি আৰু অদম্য সাহসৰ এক নতুন পৰিভাষা৷ লকডাউনে জন-জীৱন বিধ্বস্ত কৰাৰ সময়তে এক ইতিবাচক খবৰ হৈ পৰিছে জ্যোতি কুমাৰী। অসুস্থ পিতৃক ১২০০ কিঃমিঃ চাইকেলত
Read More...

পাকিস্তানত ভয়ংকৰ বিমান দুৰ্ঘটনাত ৯৭ জনৰ মৃত্যু

কৰাচী পাকিস্তানত ভয়াৱহ বিমান দুৰ্ঘটনা ৷ প্ৰাণ গ’ল ৯৭ জনৰ ৷ সৌভাগ্যক্ৰমে ৰক্ষা পৰিল দুজন ৷ পাকিস্তান আন্তঃৰাষ্ট্ৰীয় এয়াৰলাইনছৰ A320 এয়াৰবাছ বিমানখন কৰাচীৰ জিন্নাহ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ এটা আবাসিক এলেকাত দুৰ্ঘটনাত পতিত হয়
Read More...

স্থগিত হ’ব নেকি টি-২০ বিশ্বকাপ ?

বিশ্ব ক্ৰীড়াংগণত মহামাৰী ক’ৰোনা ভাইৰাছৰ দুঃপ্ৰভাৱ৷ ২০২০ চনটো বিশ্ব ক্ৰীড়াৰ বাবে গৌৰৱোজ্বল হোৱাৰ আশা আছিল৷ এই বৰ্ষতে আয়োজন কৰা হয় কেবাখনো মেগা ইভেণ্ট৷ কিন্তু ক’ৰোনা মহামাৰীৰ বাবে এতিয়া ইখনৰ পাছত সিখন প্ৰতিযোগিতা স্থগিত কৰিবলৈ বাধ্য হৈ
Read More...

কোৰোনা সংকটৰ সময়ত মহম্মদ ছামিৰ মহনুভৱতা : প্ৰতিদিনে ১০ হেজাৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

নতুন দিল্লী বিশ্ব মহামাৰী ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ ভাৰততো প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে। এই সংকটৰ সময়ত প্ৰতিদিনে ৮-১০ হেজাৰ লোকক খাদ্য সামগ্ৰী যোগান ধৰি মহানুভৱতাৰ পৰিচয় দিছে ভাৰতীয় ক্ৰিকেট দলৰ পেচাৰ মহম্মদ ছামিয়ে৷ ক'ৰোনাৰ সংক্ৰমণ বাধা
Read More...

বিশেষ বিমান যোগে বহিঃৰাজ্যৰ পৰা গেলেকী তৈলক্ষেত্ৰলৈ অ’এনজিচিৰ এশ বিষয়া : অসম আগমনৰ পূৰ্বে…

নাজিৰা যোৱা ১৭ মে'ত দিল্লী ফেৰৎ আব্দুল ছামিম আখতাৰ নামৰ এজন ছাত্ৰৰ দেহত ক'ভিড-১৯ পজিটিভ পোৱাৰ পাছত শিৱসাগৰ জিলাৰ প্ৰথমজন ক’ৰোনা ৰোগীক লৈ সমগ্ৰ জিলাখনৰ লগতে নাজিৰা মহকুমাবাসী আতংকিত হৈ থকাৰ সময়তে অহা ২২ মে'ত এক বিশেষ বিমান যোগে অ' এন জি
Read More...

যাত্ৰীৰ সুবিধাৰ বাবে ১ জুনৰ পৰা ২০০খন যাত্ৰীবাহী ৰে’ল চলাচল : বিয়লি ৪ বজালৈকে ২.৩৭ লাখৰো অধিক টিকট…

অনলাইন বাৰ্তা যাত্ৰীৰ সুবিধাৰ বাবে ১ জুনৰ পৰা ২০০খন যাত্ৰীবাহী ৰে’ল চলোৱাৰ কথা ঘোষণা কৰিছে ভাৰতীয় ৰে’লৱেই৷ এই ৰে’লবোৰৰ বাবে আজি দিনৰ ১০ বজাত বুকিং আৰম্ভ হয় আৰু প্ৰায় ১ ঘণ্টাৰ ভিতৰত প্ৰায় ডেৰ লাখ টিকট বুকিং হয়। আনহাতে বিয়লি ৪
Read More...

বাতিল হ’ব টকিঅ’ অলিম্পিক !

বিশ্ব ক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ মহাৰণ অলিম্পিক আয়োজন কৰাৰ সৌভাগ্য হেৰুৱাব নেকি টকিঅ’ই? জাপান চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি (আই অ’ চি)ৰ অধ্যক্ষই সেই ইংগিতেই দিছে৷ বিশ্ব মহামাৰী ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবে ইতিপূৰ্বে গোলকীয় ক্ৰীড়া
Read More...

লকডাউনৰ বাবে তামিলনাডুত আবদ্ধ অসমৰ ৯ জন যুৱক : উদ্ধাৰৰ বাবে আহ্বান অসম চৰকাৰলৈ

নাজিৰা মহামাৰী ক'ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত থকা লকডাউনৰ ফলত বিভিন্ন বহিঃৰাজ্যত কৰ্মৰত শ শ শ্ৰমিক এতিয়া কৰ্মবিমূহ হৈ পৰাত স্বগৃহলৈ ঘূৰি অহাৰ প্ৰয়াস কৰি কোনো কোনো ৰাজ্যৰ পৰা বহু শ্ৰমিক উভতি আহিছে। কিন্তু এতিয়াও বহু
Read More...

তৈলক্ষেত্ৰ পুঁজিপতি বণিক গোষ্ঠীক গতাই দিয়াৰ সিদ্ধান্তত যুৱ-ছাত্ৰ পৰিষদৰ তীব্ৰ বিৰোধিতা : সিদ্ধান্ত…

নাজিৰা সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো ক’ভিড-১৯ৰ প্ৰতিৰোমূলক ব্যৱস্থা হিচাপে লকডাউন অব্যাহত থকাৰ সময়তে ভাৰত চৰকাৰৰ পেট্ৰ'লিয়াম মন্ত্ৰ্যালয়ে অতি গোপনে নৱৰত্ন উদ্যোগ তেল আৰু প্ৰাকৃতিক গেছ নিগম (অ' এন জি চি)ৰ অসম সম্পদৰ প্ৰচুৰ সম্ভাৱনা
Read More...

উত্তৰ প্ৰদেশত পথ দুৰ্ঘটনাত ২৪ শ্ৰমিকৰ মৃত্যু

দৈনন্দিন বাৰ্তা প্ৰতিবেদন পুনৰ পথ দুৰ্ঘটনাত মৃত্যু হ’ল প্ৰব্ৰজিত শ্ৰমিক৷ এইবাৰ উত্তৰ প্ৰদেশত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হয় ২৪ জন শ্ৰমিক৷ শনিবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত উত্তৰ প্ৰদেশৰ অৰাইয়াত দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এই
Read More...