ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

অসমৰ কামাখ্যা মন্দিৰ পৰিদৰ্শন ৰাণী মুখাৰ্জীৰ

অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে মঙলবাৰে তেওঁৰ ৪৫ সংখ্যক জন্মদিনত অসমৰ বিখ্যাত কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰে। অভিনেত্ৰীগৰাকীয়ে মন্দিৰৰ সন্মুখত হাত ভাঁজ কৰি থিয় হৈ থকা কেইবাখনো...

তামুলপুৰত চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিপত দৰ্শকৰ বিপুল সঁহাৰি; অপ্ৰতিদ্বন্দ্বী ভাৰত

খো খো ফেডাৰেচন অব ইণ্ডিয়াৰ উদ্যোগত অসম খো খো সন্থাৰ সহযোগত আৰু তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ আতিথ্যতএক উৎসৱ মুখৰ পৰিবেশত কালিৰে পৰা তামুলপুৰত আৰম্ভ...

২০১৮ চনৰ পৰা দলিতসকলৰ বিৰুদ্ধে অপৰাধৰ ১.৮৯ লাখ গোচৰ নথিভুক্ত কৰা হৈছে: চৰকাৰ

ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ প্ৰতিবেদন অনুসৰি যোৱা চাৰি বছৰত দলিত সম্প্ৰদায়ৰ সদস্যসকলৰ বিৰুদ্ধে অপৰাধৰ প্ৰায় ১,৮৯,৯৪৫ টা গোচৰ পঞ্জীয়ন কৰা হৈছে, চৰকাৰে মঙলবাৰে...

প্ৰতিবাদৰ মাজতে ৰাজস্থান বিধানসভাত গৃহীত হ’ল স্বাস্থ্যৰ অধিকাৰ বিধেয়ক

ব্যক্তিগত চিকিৎসকৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে মঙলবাৰে ৰাজস্থান বিধানসভাই চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগতভাৱে পৰিচালিত প্ৰতিষ্ঠানত বিনামূলীয়াকৈ জৰুৰীকালীন চিকিৎসাৰ অধিকাৰ প্ৰদান কৰা বিধেয়কখন গৃহীত কৰে। এই...

গুজৰাটত ৭ ছেকেণ্ডত ভাঙি পেলোৱা হ’ল ৮৫ মিটাৰ উচ্চতাৰ কুলিং টাৱাৰ

মঙলবাৰে নিয়ন্ত্ৰিত বিস্ফোৰণৰ জৰিয়তে গুজৰাটৰ চুৰাটত ৮৫ মিটাৰ উচ্চতাৰ এটা কুলিং ষ্টেচন ভাঙি পেলোৱা হয়। এটা ভিডিঅ’ত দেখা গৈছে যে এটা প্ৰচণ্ড শব্দৰ মাজত...

Popular