ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

110 Indian Students Evacuated from Iran: যুদ্ধবিধ্বস্ত ইৰানৰ পৰা সুকলমে দেশলৈ উভতিল ভাৰতীয় শিক্ষাৰ্থীসকল

ইৰাণত অধ্যয়ন কৰি থকা ভাৰতীয়(110 Indian Students Evacuated from Iran) ছাত্ৰই পাঠ্যপুথি সামৰি ভাৰতলৈ বুলি ৰাওনা হৈছে৷ শতাধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীক বৃহস্পতিবাৰে বিমানেৰে নতুন দিল্লীলৈ অনা হয়৷

Black Hole: গিলি থ’ব হাজাৰ হাজাৰ সূৰ্যক, ধৰা পৰিল মহাকাশৰ দানৱ

টেলিস্কোপ ব্যৱহাৰ কৰি( Black Hole)বিশ্বব্ৰহ্মাণ্ডৰ সৰ্ববৃহৎ কৃষ্ণগহ্বৰ সৃষ্টি কৰিছে বিজ্ঞানীসকলে৷ ই বিশ্বব্ৰহ্মাণ্ডৰ এটা সৰু অংশত বিস্তৃত হৈ আছে

Israel-Iran Conflict: ইৰাণৰ সৰ্বোচ্ছ নেতা আয়াতুল্লাহ আলী খোমেইনিক হত্যা কৰিলেই যুদ্ধ বন্ধ হ’ব, কোনে ক’লে এই কথা ?

ইৰাণৰ সৰ্বোচ্ছ নেতা আয়াতুল্লাহ আলী(Israel-Iran Conflict)খোমেইনিক হত্যা কৰিলেই যুদ্ধ বন্ধ হ’ব। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এনে এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে৷

Gaza Attack: গাজাত অবৰ্ণনীয় পৰিস্থিতিঃ ৩৮ লোকৰ মৃত্যু

ইৰাণৰ সৰ্বোচ্ছ নেতা আয়াতুল্লাহ আলী(Gaza Attack)খোমেইনিক হত্যা কৰিলেই যুদ্ধ বন্ধ হ’ব। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এনে এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে৷

Modi-Trump Phone Call: ড’নাল্ড ট্ৰাম্পৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ।(Modi-Trump Phone Call)

Popular