ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

কেৰেলাৰ গৱৰ্ণৰ আৰিফ মহম্মদ খানৰ ৯ গৰাকী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক আজিৰ ভিতৰত পদত্যাগ কৰিবলৈ নিৰ্দেশ

কেৰেলাৰ গৱৰ্ণৰ আৰিফ মহম্মদ খানৰ ৯ গৰাকী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক কাইলৈৰ ভিতৰত পদত্যাগ কৰিবলৈ নিৰ্দেশশেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ এপিজে আব্দুল কালাম টেকন’লজিকেল ইউনিভাৰ্চিটিৰ ইউজিচিৰ নিয়মৰ বিপৰীত...

আফ্ৰিকাত আৱিষ্কাৰ বিৰল গোলাপী হীৰা…

আফ্ৰিকাত আৱিষ্কাৰ বিৰল গোলাপী হীৰা, ৩০০ বছৰৰ ভিতৰত পোৱা আটাইতকৈ ডাঙৰ হীৰামধ্য আফ্ৰিকাৰ এংগোলাৰ খনিকৰসকলে এটা বিৰল বিশুদ্ধ গোলাপী হীৰা আৱিষ্কাৰ কৰিছে, যিটো Phys.org...

সুন্দৰী যুৱতী ব্যৱহাৰ কৰি হানিট্ৰেপ : ভাৰতীয় সেনাৰ বিৰুদ্ধে পাকৰ ‘নতুন অস্ত্ৰ’…

সুন্দৰী যুৱতী ব্যৱহাৰ কৰি হানিট্ৰেপ : ভাৰতীয় সেনাৰ বিৰুদ্ধে পাকৰ 'নতুন অস্ত্ৰ'পাকিস্তানৰ সেনাই এতিয়া সুন্দৰী যুৱতী ব্যৱহাৰ কৰি ভাৰতীয় সেনাৰ জোৱানক কাবু কৰাৰ প্ৰচেষ্টা...

গোলকীয় পৰিস্থিতি এতিয়া ভয়ংকৰ’: ৰোজগাৰ মেলা মুকলি কৰি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে…

নিৱনুৱা সমস্যাই গ্ৰাস কৰা ভাৰতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰোজগাৰ মেলা মুকলি কৰে। অনুষ্ঠান মুকলি কৰি মোদীয়ে কয় যে বিশ্বৰ কেইবাখনো দেশৰ ওপৰত কোভিড-১৯...

ছত্তীশগড় ৰাষ্ট্ৰীয় জনজাতীয় নৃত্য মহোৎসৱ ১ নৱেম্বৰৰ পৰা ৰায়পুৰত অনুষ্ঠিত হ’ব…

ছত্তীশগড় ৰাষ্ট্ৰীয় জনজাতীয় নৃত্য মহোৎসৱৰ দুটা বিষয় বস্তু আছে। প্ৰথম বিষয়বস্তু হৈছে শস্য চপোৱাৰ ওপৰত জনজাতীয় নৃত্য আৰু দ্বিতীয় বিষয়টো হৈছে জনজাতীয় পৰম্পৰা আৰু...

Popular