ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Pak PM Thanks Trump: আমেৰিকাক ধন্যবাদ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহৱাজ শ্বৰীফৰ

যুদ্ধবিৰতিৰ পাছতে মাজনিশা দেশবাসীক সম্বোধন শ্বাহৱাজ শ্বৰীফৰ।(Pak PM Thanks Trump) ভাৰত-পাকিস্তানৰ উত্তেজনাৰ বাবে ভাৰতক দোষাৰোপ শ্বৰীফৰ। যুদ্ধবিৰতিত লোৱা ভূমিকাৰ বাবে চীন, ড'নাল্ড ট্রাম্পক ধন্যবাদ শ্বৰীফৰ।

India-Pak War: ভাৰত চৰকাৰৰ কঠোৰ সিদ্ধান্তঃ যিকোনো সন্ত্ৰাসবাদী কাৰ্যক যুদ্ধ হিচাপে গণ্য কৰিব ভাৰতে

সন্ত্রাসবাদ নিঃশেষ কৰাৰ বাবে তৎপৰ ভাৰত।(India-Pak War)এতিয়াৰে পৰা যুদ্ধ হিচাপে গণ্য হ'ব সন্ত্ৰাসবাদীৰ কূটাঘাত।যিকোনো সন্ত্রাসবাদীৰ আক্ৰমণকেই যুদ্ধ বুলি লৈ ল'ব পদক্ষেপ।

India-Pak tensions: দেশত হোৱা নাই অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ; সমগ্ৰ দেশতে পৰ্যাপ্ত মাত্ৰাত মজুত আছে খাদ্য সামগ্ৰীঃ জনালে কেন্দ্ৰই

ভাৰত-পাক যুদ্ধৰ অচিলালৈ(India-Pak tensions) দুষ্ট চক্ৰই অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰিবলৈ চেষ্টা চলাই আছে। এনে সময়তে কেন্দ্ৰই বিষয়টো সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে।

INDIA-PAK WAR: ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সেনা মোতায়েন কৰিছে পাকিস্তানে! কৰ্ণেল ছফিয়াই দিলে খবৰ

শনিবাৰে জম্মু-কাশ্মীৰৰ(INDIA-PAK WAR) বৃহৎ অঞ্চলত কাকৱৰৰ পৰা অব্যাহত আছে প্ৰচণ্ড গোলাবৰ্ষণ। জম্মুৰ শম্ভু মন্দিৰত পাকিস্তানৰ গোলাবৰ্ষণ।

India-Pakisan War: ‘শূন্য সহনশীলতা’: ব্ৰিটেইনৰ সৈতে আলোচনা জয়শংকৰৰ, বিগ হিন্ট অন একচন এগেইনষ্ট পাকিস্তান

জয়শংকৰে স্পষ্টভাৱে প্ৰকাশ কৰে যে ভাৰতে সন্ত্ৰাসবাদৰ প্ৰতি ‘শূন্য সহনশীলতা’ নীতি বজাই ৰাখিছে।(India-Pakisan War)

Popular