Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

“দ্য ড্ৰোৱনিং ষ্টেট” শীৰ্ষক এখন আন্তৰ্জাতিক পৰ্যায়ত স্বীকৃতি প্ৰাপ্ত, বহু চৰ্চিত…

অসম স্থিত এক প্ৰডাকচন হাউছে "দ্য ড্ৰোৱনিং ষ্টেট" শীৰ্ষক এখন অসমীয়া তথ্যচিত্ৰৰ বাবে ইউৰোপীয় অ'টিটি প্লেটফৰ্মৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। "দ্য ড্ৰোৱনিং ষ্টেট" হৈছে এক শক্তিশালী তথ্যচিত্ৰ যি ভাৰতৰ অসমবাসীৰ ওপৰত বানপানীৰ বিধ্বংসী প্ৰভাৱ
Read More...

অগ্নিগৰ্ভা মণিপুৰ ! মণিপুৰৰ হিংসাত মৃত্যুৰ সংখ্যা ৬০, ১৭০০ ঘৰ জ্বলিল: মুখ্যমন্ত্ৰী

মণিপুৰৰ হিংসাত মৃত্যুৰ সংখ্যা ৬০, ১৭০০ ঘৰ জ্বলিল: মুখ্যমন্ত্ৰী! ৰাজ্যৰ কেবিনেটে মৃতকৰ পৰিয়ালক ৫ লাখ টকা, আঘাতপ্ৰাপ্ত সকলক ২ লাখ আৰু সামান্য আঘাতপ্ৰাপ্ত সকলক ২৫ হাজাৰ টকাৰ এক্স গ্ৰেচিয়া প্ৰদানৰ সংকল্প গ্ৰহণ কৰে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন
Read More...

২০২৭ চনৰ ভিতৰত ভাৰতৰ সকলো চহৰতে ডিজেলৰ ৪ চকীয়া বাহন নিষিদ্ধ কৰা হ’ব…

২০২৭ চনৰ ভিতৰত ভাৰতৰ সকলো চহৰতে ডিজেল ৪ চকীয়া বাহন নিষিদ্ধ কৰা হ'ব! পেট্ৰলিয়াম মন্ত্ৰালয়ৰ শক্তি পৰিৱৰ্তন পৰামৰ্শদাতা সমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছে, য’ত ২০২৭ চনৰ ভিতৰত লাখতকৈ অধিক জনসংখ্যা থকা সকলো চহৰতে ডিজেল চালিত ৪ চকীয়া
Read More...

উত্তৰ প্ৰদেশত কৰমুক্ত হ’ব ‘দ্য কেৰেলা ষ্ট’ৰী’। মহাৰাষ্ট্ৰ আৰু দিল্লীতো ছবিখনক কৰমুক্ত কৰাৰ দাবী…

উত্তৰ প্ৰদেশত কৰমুক্ত হ’ব ‘দ্য কেৰেলা ষ্ট’ৰী’ চিনেমা খন। বুধবাৰে বিশেষ প্ৰদৰ্শনীত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিজৰ মন্ত্ৰীসভাৰ সৈতে চিনেমাখন চাব পাৰিব। ‘দ্য কেৰেলা ষ্ট’ৰী’ ছবিখনক লৈ সমগ্ৰ দেশতে ৰাজনীতি চলি আছে। এতিয়া মধ্যপ্ৰদেশৰ পিছত এই
Read More...

ধন লাগে, গাৰ্লফ্ৰেণ্ড লাগে! ভগৱান বুদ্ধৰ ওচৰত এজন যুৱকৰ কাতৰ অনুৰোধ

চীনৰ এজন যুৱকে ২০০০ কিলোমিটাৰ যাত্ৰা কৰি ভগৱান গৌতম বুদ্ধৰ ওচৰত নিজৰ ইচ্ছা প্ৰকাশ কৰে। কেৱল সেয়াই নহয়, লাউড স্পীকাৰ ব্যৱহাৰ কৰি মনৰ সকলো ইচ্ছা বুদ্ধক জনায়। ৭১ মিটাৰ উচ্চতাৰ বুদ্ধ প্ৰতিমূৰ্তিৰ সন্মুখত যুৱকজনে টকা বিচাৰিছিল আৰু বিচাৰিছিল
Read More...

১ বা ২ বা ১০০ নহয় ! এটা আঙুঠিৰ হীৰাই কৰিছে অভিলেখ

কল্পনা কৰাই কঠিন। কিন্তু মুম্বাইৰ এজন সোণৰ ব্যৱসায়ীয়ে এটা হীৰাৰ আঙুঠি তৈয়াৰ কৰিছে যিটোৱে এতিয়া গিনিজ বুক অফ ৰেকৰ্ডছত নিজৰ নাম লিখাইছে। খবৰ অনুসৰি প্ৰায় ৬০,০০০ টুকুৰা হীৰা এটা আঙুঠিত ৰখা হৈছে। মুম্বাইৰ এইচ কে ডিজাইন আৰু হৰি কৃষ্ণ
Read More...

“মোৰ দেউতা এজন মীনপালক; ডাঙৰ হৈ মই মোৰ দেউতাক সদায় তেওঁৰ কামত সহায় কৰিছিলোঁ”- ভাৰতৰ…

"মোৰ দেউতা এজন মীনপালক। ডাঙৰ হৈ মই মোৰ দেউতাক সদায় তেওঁৰ কামত সহায় কৰিছিলোঁ। মাছ ধৰাৰ পৰা আৰম্ভ কৰি সেইবোৰৰ যত্ন লোৱা, পৰিবহণ কৰা আৰু শেষত বজাৰত বিক্ৰী কৰালৈকে — মই মোৰ দেউতাক সেই সকলোবোৰ কৰাত সহায় কৰিছিলোঁ।"-ভাৰতৰ প্ৰথমগৰাকী জুডো বিশ্ব
Read More...

‘কেৰালাত ধৰ্মান্তৰকৰণ সন্ত্ৰাসবাদ, কংগ্ৰেছ-পিএফআই একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি’ জে পি নাড্ডা

বিতৰ্কৰ মাজতে বিজেপিৰ সভাপতি জে পি নাড্ডাই ‘দ্য কেৰেলা ষ্ট’ৰী’ ছবিখনৰ পৰ্যালোচনা কৰিছে। বিজেপিয়ে ছবিখনক সমৰ্থন কৰি থকাৰ সময়তে বিৰোধীয়ে ছবিখনৰ বিৰোধিতা কৰিছে। জে পি নাড্ডাই কয় যে কেৰালাত ধৰ্মান্তৰকৰণ এক সন্ত্ৰাসবাদ। এয়া সন্ত্ৰাসবাদৰ
Read More...

কেৰালাত পৰ্যটকৰ নাও দুৰ্ঘটনা, ২২ জনৰ মৃত্যু, শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মুৰ্মুৰ।…

কেৰালাৰ মালাপ্পুৰম জিলাত এখন হাউচবোট ডুব যায়। এই দুৰ্ঘটনাত এতিয়ালৈকে ২২ জন লোকৰ মৃত্যু হৈছে। নাওখনত বহি থকা মুঠ লোকৰ সংখ্যা অনুমান কৰিব পৰা নগ’ল। কেৰালাৰ মালাপ্পুৰম জিলাত ২৫ জনতকৈ অধিক লোক কঢ়িয়াই অনা এই নাও খন উটি যোৱাৰ ফলত কমেও ২২ জন
Read More...

১৭ মে’ত লাডাখত ৰোপণ কৰা হ’ব এক লাখ পুলি…

১৭ মে’ত ৰোপণ কৰা হ'ব এক লাখ গছ পুলি। ইতিমধ্যে লাডাখৰ বিভিন্ন অঞ্চলত ১ লাখ ৫০ হাজাৰ গছ ৰোপণ কৰা হৈছে আৰু হিমালয়ত অৱস্থিত ১০০০ বছৰীয়া ড্ৰুকপা অৰ্ডাৰৰ আধ্যাত্মিক মুৰব্বী গ্যালৱাং ড্ৰুকপাৰ নেতৃত্বত কুংফু ননসকলৰ তত্বাৱধানত এই কাৰ্য হাতত লোৱা
Read More...