ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Jhantu Ali Sheikh: সামৰিক মৰ্য্যদাৰে শেষ বিদায় জান্টু আলী শ্বেখক

কাশ্মীৰত নিহত হোৱা জোৱানজনৰ ঘৰত পত্নী, তৃণমূল সাংসদ মহুৱাই মত্ৰীয়ে কয়, ‘মই প্ৰতিশোধ বিচাৰো’ গীতৰ চেলুটত জান্টুক আলীক বিদায় দিলে।(Jhantu Ali Sheikh)

Pahalgam Attack: ডেৰ বছৰ আগতে পাকিস্তানৰ পৰা ভাৰতলৈ আহিছিল দুই পেহেলগাম আক্ৰমণকাৰী, ‘গাইড’ দিছিল আদিলে

প্ৰায় ডেৰ বছৰ পূৰ্বে পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল(Pahalgam Attack)হাছিম মুছা আৰু আলী ভাই ওৰফে তালহা৷

Pakistan products: ভাৰতত নিষিদ্ধ পাকিস্তানৰ উৎপাদিত সামগ্ৰী, তালিকাত সন্নিৱিষ্ট বিউটী ক্ৰীম, জ্বৰ আৰু পেটৰ বিষৰ ঔষধ

পেহেলগাম আক্ৰমণৰ পিছতে ভাৰতত নিষিদ্ধ কৰা হৈছে পাকিস্তানৰ বিউটী ক্ৰীম৷ চিডিএছচিঅ’ই প্ৰদান কৰা তালিকাত জ্বৰ, চৰ্দিৰ ঔষধৰ লগতে পেটৰ বিষৰ ঔষধো সন্নিৱিষ্ট কৰা হৈছে৷(Pakistan products)

Pahalgam Attack: পাঁচটাকৈ সন্ত্রাসবাদীৰ ঘৰ উৰুৱালে ভাৰতীয় সেনাই

পহলগাম কাণ্ডৰ পাছতে দ্রুত পদক্ষেপ লৈছে ভাৰত চৰকাৰ আৰু নিৰাপত্তা বাহিনীয়ে।(Pahalgam Attack)বিগত ৪৮ ঘণ্টাত বোমাৰে উৰুৱালে ৬টাকৈ সন্ত্রাসবাদীৰ ঘৰ।বিজবেহাৰাৰ আদিল গোজৰি, ট্ৰালৰ আছিফ শ্বেখৰ ঘৰ পুলৱামাৰ এহছান উল হক শ্বেইখৰ ঘৰো ভাৰতীয় সেনাই উৰুৱালে বোমাৰে।

“সকলো পাকিস্তানীক চিনাক্ত কৰক” — সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা । Amit Shah

“সকলো পাকিস্তানীক চিনাক্ত কৰক” — সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা । Amit Shah

Popular