Breaking

আজি ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত আয়োজিত সভাত উপস্থিত থাকে ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ…

0 15

আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ , ৰাষ্ট্ৰীয় সম্পাদক তথা উত্তৰ পূৰ্বাঞ্চলৰ সহ প্ৰভাৰী ঋতুৰাজ সিনহা , ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ

ৰবীন্দ্ৰ ৰাজু , ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত আয়োজিত প্ৰতিটো লোকসভা সমষ্টিৰ দায়িত্ব থকা লোকসভা ক্লাষ্টাৰ ইনচাৰ্জ, প্ৰভাৰী, আহ্বায়ক সকল আৰু বিস্তাৰক সকলৰ সাংগঠনিক সভাত উপস্থিত থাকে মন্ত্ৰী

পীযূয় হাজৰিকা । সভাত আগন্তুক লোকসভা নিৰ্বাচনৰ হেতু দলৰ সাংগঠনিক দিশ, নিৰ্বাচনী প্ৰস্তুতি-পৰিকল্পনা সম্পৰ্কে বিস্তৃত পৰ্যালোচনা কৰা হয়।

Leave A Reply