Breaking

ধুবুৰীত ভাৰতীয় জনতা পাৰ্টিৰ যুৱমৰ্চাৰ উদ্যোগত ক’ভিড প্ৰটোকল মানি ৰাষ্ট্ৰীয় যুৱ দিৱস পালন

0 2,052

ভাৰতীয় জনতা পাৰ্টি ধুবুৰী জিলাৰ অন্তৰ্গত প্ৰতিটো মন্ডলত যুৱমৰ্চাৰ উদ্দোগত কোভিড প্ৰটোকল মানি ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয়৷ আৰু ইয়াৰ লগত সংগতি ৰাখি যুৱমৰ্চা ধুবুৰী টাউন মন্ডলৰ সভাপতি বিশ্বনাথ কুন্ডু আৰু মন্ডলৰ কাৰ্যকৰ্তাৰ  উদ্দোগত জিলা কাৰ্যালয়ত জিলা সভাপতি ডাঃ দেৱময় সান্যাল ডাঙৰীয়াৰ উপস্থিতিত যুৱ দিৱস কাৰ্যক্ৰমত উপস্থিত থাকো৷

উক্ত কাৰ্যক্ৰমত মোৰ লগত উপস্থিত থাকে জিলা যুৱ মৰ্চাৰ উপসভাপতি বিশ্বজিত দাস, মূল সমিতিৰ জিলাৰ কোষাধ্যক্ষ তাৰকেশ্বৰ পাল,জিলা সম্পাদক উত্তম শৰ্মা, মন্ডলৰ উপসভাপতি দিলীপ সিং, সা:সম্পাদক দ্বয় ক্ৰমে দীপঙ্কৰ পাল আৰু অমৰ সৰকাৰ মন্ডলৰ সম্পাদক সোমনাথ বনিক আদি কৰি বিভিন্ন স্তৰৰ কাৰ্যকৰ্তা সকল৷

Leave A Reply