April 18, 2024 কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব নৱ কুমাৰ শৰণীয়াই… Share FacebookTwitterWhatsAppTelegramKooEmail কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব নৱ কুমাৰ শৰণীয়াই। নৱ শৰণীয়া ST নহয় বুলি ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ । জাতিগত প্ৰমাণ-পত্ৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে দিলে এই ৰায়। Author: দৈনন্দিন বাৰ্তা Related Articles কৃত্ৰিম বানত বুৰিল গুৱাহাটীঃ জিলা আয়ুক্তৰ জৰুৰী নিৰ্দেশনাত সোমবাৰে সকলো শিক্ষানুষ্ঠান বন্ধ দৈনন্দিন বাৰ্তা - April 20, 2026 হৰমুজ প্ৰণালীৰ সমীপত ভাৰতীয় জাহাজত আক্ৰমণৰ পাছত ইৰাণৰ প্ৰতিক্ৰিয়া, “ভাৰত-ইৰাণ সম্পৰ্ক অত্যন্ত সুদৃঢ়” দৈনন্দিন বাৰ্তা - April 19, 2026 মুকালমুৱাত প্ৰাক্তন মন্ত্ৰী পবিন্দ্ৰ ডেকাৰ ‘ৰুছ সাহিত্যৰ ইতিহাস’ উন্মোচন। দৈনন্দিন বাৰ্তা - April 12, 2026