Breaking

বিয়াত বহিব জনপ্ৰিয় গায়ক নীল আকাশ

0 2,327

দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত অৱশেষত বিয়াত বহিব অসমীয়া সংগীত জগতৰ জনপ্ৰিয় গায়ক নীল আকাশ । জীৱন সংগীনী মাৰ্ঘেৰিটাৰ নেনচি ফুকন ।

দুয়োৰে মাজত চলি আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক । পাঁচ বছৰৰ প্ৰেমৰ অন্তত ‌নেনচি ফুকনৰ সৈতে আবদ্ধ হ’ব বিবাহপাশত ।

জানিব পৰা মতে, নেনচি এগৰাকী অধিবক্তা । ২৮ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হ’ব জনপ্রিয় কণ্ঠশিল্পী নীল আকাশ ।

পিছে নীল আকাশে বিবাহৰ খবৰ আনুষ্ঠানিক ভাৱে একো জনোৱা নাই যদিও ছ’চিয়েল মিডিয়াত ইতিমধ্য়ে বিয়পি পৰিছে এই খবৰ ।

Leave A Reply